Category: Assamese News

নগাঁৱত ৪৪ সংখ্যক অসম পাঞ্জা চেম্পিয়নশ্বিপ–২০২২ৰ সামৰণি

নগাঁৱত ৪৪ সংখ্যক অসম পাঞ্জা চেম্পিয়নশ্বিপ–২০২২ৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,২৪জুলাই;– অসম পাঞ্জা সংস্থাৰ উদ্যোগত আৰু সংস্থাৰ নগাঁও জিলা সমিতিৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত ৪৪ সংখ্যক সদৌ অসম পাঞ্জা চেম্পিয়নশ্বিপখনিৰ শনিবাৰে নিশা সফল সামৰণি পৰে। নগাঁও জিলা পুথিভড়াঁলত অনুষ্ঠিত চেম্পিয়নশ্বিপখনিত শুকুৰবাৰে পুৱা ৰাজ্যিক সমিতি আৰু জিলা সমিতিৰ পতাকা উত্তোলন কৰে ক্ৰমে ৰাজ্যিক সমিতিৰ অধ্যক্ষ মুনীন্দ্ৰ শইকীয়া আৰু জ্যেষ্ঠ সাংবাদিক

ভূৱনেশ্বৰত “ভাৰত ৰঙ্গ মহোৎসৱ-২০২২”ত পুৰণিগুদামৰ অবিনশ্বৰ গোষ্ঠীয়ে মঞ্চস্থ কৰিব অসমীয়া নাট “ফুলগুৰি ধেৱা”

ভূৱনেশ্বৰত “ভাৰত ৰঙ্গ মহোৎসৱ-২০২২”ত পুৰণিগুদামৰ অবিনশ্বৰ গোষ্ঠীয়ে মঞ্চস্থ কৰিব অসমীয়া নাট “ফুলগুৰি ধেৱা”

নিউজ ব্যুৰ’,নগাঁও,২১জুলাই:–নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দ্বাৰা ”আজাদী কা অমৃত মহোৎসৱ”ৰ সহযোগত ২২ সংখ্যক “ভাৰত ৰঙ্গ মহোৎসৱ”টিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে । ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ হোৱা উপলক্ষে ভাৰত চৰকাৰৰ এই ”আজাদী কা অমৃত মহোৎসৱ”ৰ আয়োজন । প্ৰতি বছৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ “ভাৰত ৰঙ্গ

নগাঁৱৰ লেংটেং নিজৰিবস্তিত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত এজন লোক

নগাঁৱৰ লেংটেং নিজৰিবস্তিত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত এজন লোক

নিউজ ব্যুৰ’,নগাঁও,১৮ জুলাই :– খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতী এটাই নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত লেংটেং অঞ্চলৰ নিজৰিবস্তিত যোৱা নিশা এজন লোকক আক্ৰমণ কৰি থিতাতে নিহত কৰে ৷ নিহত লোকজন নিজৰিবস্তিৰে ইনতাজ আলী । প্ৰাপ্ত বাতৰি মতে ডিজু সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা

মুম্বাইৰ হৃদয় জিনিবলৈ সাজু অসমৰ যুৱতী!

মুম্বাইৰ হৃদয় জিনিবলৈ সাজু অসমৰ যুৱতী!

শীঘ্ৰে সম্প্ৰচাৰ হ’ব চেলেষ্টি অভিনীত প্ৰথমখন হিন্দী চিৰিয়েল… মুখৰ মিঠা হাঁহিটিৰে লাখ লাখ নেট ব্যৱহাৰকাৰীৰ হৃদয় জয় কৰা অসমৰ চেলেষ্টি বৈৰাগী এইবাৰ সাজু হৈছে মায়ানগৰী মুম্বাইৰ হৃদয় জিনিবলে। আলিয়া ভাট’ৰ dopple ganger হিচাপে পৰিচিত হৈ পৰা দুলিয়াজানৰ কন্যা চেলেষ্টি অভিনীত এখন মেগা চিৰিয়েল অতি শীঘ্ৰে প্ৰচাৰ হ’ব ষ্টাৰ প্লাছত। অসমৰ

নগাঁও জিলা পুথিভড়াঁলৰ চোতালত এজাক শিশুৰ ধেমালি

নগাঁও জিলা পুথিভড়াঁলৰ চোতালত এজাক শিশুৰ ধেমালি

শিশু সাহিত্যিক নূপুৰ মোমাইদেউৰ “ডাইনোছৰৰ আতংক” শিশুগ্ৰন্থ উন্মোচন নিউজ ব্যুৰ’,নগাঁও,১৭ জুলাই:– ”শিশুসকলৰ শৈশৱটো আমি বেদখল কৰিছোঁ ৷ ফুলৰ দৰে সুকোমল মনৰ শিশুসকলক আমি যেন তেওঁলোকৰ সোণালী শৈশৱটোক অনধিকাৰ জোৰ জৱৰদস্তি কৰি বান্ধোনত ৰাখিছোঁ ৷ মুকলি আকাশৰ তলত মুকলি মনেৰে বিচৰণ কৰাৰ পৰা শিশু সকলক বঞ্চিত কৰি ৰাখিলেও আজি এই শিশুসকলেই