Category: Assamese News

উৎকোচ লোৱাৰ সময়তে শিলচৰত আটক হিচাপৰক্ষক

উৎকোচ লোৱাৰ সময়তে শিলচৰত আটক হিচাপৰক্ষক

কাছাৰ কোষাগাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী হিচাপৰক্ষক মোহন সিঙক উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে। বুধবাৰৰ দুপৰীয়া ডিৰেক্টৰেট অৱ ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰণ বিভাগৰ বিষয়াসকলে কাছাৰ আৰক্ষীৰ সহযোগত অভিযান চলাই উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে চৰকাৰী বিষয়া‌গৰাকীক গ্ৰেপ্তাৰ কৰে।বিষয়া গৰাকীয়ে এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰা ১০ হাজাৰ টকা উৎকোচ গ্ৰহণ কৰি থকা

ধুবুৰীত কৃত্ৰিম বানঃ পৰিকল্পনাবিহীন নলা–নৰ্দমা নিৰ্মাণ তথা নিৰ্মাণৰ নামত এচাম ঠিকাদাৰৰ লুণ্ঠনৰ অভিযোগ

ধুবুৰীত কৃত্ৰিম বানঃ পৰিকল্পনাবিহীন নলা–নৰ্দমা নিৰ্মাণ তথা নিৰ্মাণৰ নামত এচাম ঠিকাদাৰৰ লুণ্ঠনৰ অভিযোগ

যোৱানিশা মুষলধাৰে হোৱা বৰষুণৰ পানী জমা হৈ ধুবুৰী চহৰৰ ঠায়ে ঠায়ে অবৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হয়। বৰষুণৰ পানী জমা হৈ সৃষ্টি কৃত্ৰিম বানপানীত চহৰখনৰ মূল বজাৰৰ এন. এছ. ৰোড নামৰ পথছোৱা বুৰ যোৱাৰ সমান্তৰালকৈ নিউ মাৰ্কেটস্থিত ধুবুৰী পৌৰসভা নিয়ন্ত্ৰণাধীন মাছ আৰু মাংসৰ বজাৰতো পানী জমা হৈ এক পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি কৰে।

অসম বিজ্ঞান সমিতিৰ নগাঁৱৰ জাজৰি শাখাৰ ক্ষুদ্ৰ অৰণ্য সৃষ্টিৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন

অসম বিজ্ঞান সমিতিৰ নগাঁৱৰ জাজৰি শাখাৰ ক্ষুদ্ৰ অৰণ্য সৃষ্টিৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,১৫জুন :– অসম বিজ্ঞান সমিতিৰ নগাঁও জিলাৰ জাজৰি শাখাৰ উদ্যোগত আৰু ১৬ নং অসম আৰক্ষী (ভাৰত সংৰক্ষিত)বাহিনীৰ সহযোগত বুধবাৰে বেবেজীয়াৰ নিকটৱৰ্তী জাজৰি বৰমনণিপুৰৰ ১৬ নং অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় চৌহদত এখন ক্ষুদ্ৰ অৰণ্য সৃষ্টিৰ শুভাৰম্ভণী অনুষ্ঠান সম্পন্ন কৰা হয় । শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এটি বক্তৃতা অনুষ্ঠানৰো

লখিমপুৰত উটখাৰ( UTKHA) উদ্যোগত সৌন্দৰ্য প্ৰতিযোগিতা

লখিমপুৰত উটখাৰ( UTKHA) উদ্যোগত সৌন্দৰ্য প্ৰতিযোগিতা

লখিমপুৰৰ এটা বেচৰকাৰী সংস্থা উটখাৰ তত্বাৱধানত আৰু গুৱাহাটীৰ সৌন্দৰ্য প্ৰতিযোগিতা আৰু মডেলিঙৰ সৈতে জড়িত প্ৰতিষ্ঠান SPARK ৰ সহযোগত “উত্তৰ-পূব নেক্সট টপ মডেল” শীৰ্ষক এখন সৌন্দৰ্য্য প্ৰতিযোগিতা লখিমপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰে  । প্ৰতিযোগিতাখনত পাঁচটা শাখাত -ক্ৰমে  কিডছ,টিন,মিছ, মিষ্টাৰ আৰু মিচেছ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৱৰ  অন্যান্য ৰাজ্যৰ পৰা অহা

লামডিঙত অনুষ্ঠিত হয় অল অসম পাৱাৰ লিফটিং আৰু আৰ্ম ৰেছলিং

লামডিঙত অনুষ্ঠিত হয় অল অসম পাৱাৰ লিফটিং আৰু আৰ্ম ৰেছলিং

হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰীত লামডিঙত এখনি ক্ৰিয়া প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ হোজাই জিলাৰ শক্তি উত্তোলন সন্থা আৰু লামডিঙ লিঅপাৰ্ড জীমৰ উদ্যোগত লামডিঙ ৰেলৱে ইনষ্টিটিউটত আজি অসম ভিত্তিত শক্তি উত্তোলন আৰু পাঞ্জাৰ এখনি প্ৰতিযোগিতা আয়োজন কৰে ৷উক্ত প্ৰতিযোগিতা খনত হোজাই, শিৱসাগৰ, বাক্সা ,নগাঁও, গুৱাহাটী কে ধৰি অসমৰ মুঠ সাতখন জিলাৰ