Category: Assamese News

পানী কমকৈ খাইছে, চাওঁক কি হ’ব পাৰে…..

পানী কমকৈ খাইছে, চাওঁক কি হ’ব পাৰে…..

শীতৰ বতৰত পানী খাবলৈ বহুতৰে অনীহা। দিনটো কামত ব্যস্ত থকাত পর্যাপ্ত পানী খাবলৈ পাহৰিও যোৱা যায়। আমাৰ শৰীৰৰ সত্তৰ শতাংশই পানী। শৰীৰত দৈনন্দিন যিমান পানীৰ প্ৰয়োজন সেয়া পূৰণ নহ’লে বহুতো শাৰীৰিক সমস্যাই দেখা দিয়ে। শৰীৰত পানীৰ অভাৱ হ’লে শৰীৰে নিজেই সেই সংকেট দিয়ে। ১) শৰীৰত জলৰ অভাৱত ছাল শুষ্ক হৈ

পুৱাই খাওঁক জিৰা জল, চাওঁক উপকাৰিতা

পুৱাই খাওঁক জিৰা জল, চাওঁক উপকাৰিতা

মছলাই মাত্র খাদ্যৰ স্বাদে বৃদ্ধি নকৰে, ইয়াৰ অসংখ্য স্বাস্থ্য উপকাৰিতাও আছে। ওজন কমোৱাৰ পৰা আৰম্ভ কৰি হজমৰ সমস্যা দূৰ কৰা পর্যন্ত, পাকঘৰৰ বহু মছলাজাতীয় সামগ্রীয়ে স্বাস্থ্য বজায় ৰখাত সহায় কৰে। জিৰা তেনেকুৱাই এটি উপকৰণ। পুষ্টিবিদৰ মতে, জিৰা মিহলি জল পান কৰাৰ একাধিক উপকাৰিতা আছে। সদায় পুৱা জিৰাৰ জল পান কৰিলে

বাদাম শৰীৰৰ বাবে খুবেই উপকাৰী!

বাদাম শৰীৰৰ বাবে খুবেই উপকাৰী!

বাদাম শৰীৰৰ বাবে খুবেই উপকাৰী। পুষ্টিবিদে সদায়ে খাদ্য তালিকাত বাদাম ৰখাৰ পৰামর্শ দিয়ে। অনেকেই অৱশ্যে বাদাম খালে হজমৰ সমস্যাত ভোগে। সেয়ে বাদাম খোৱাৰ আগতে তিয়াই ৰাখিবলৈ কয় চিকিৎসকে। কিয় খাব লাগে তিয়াই- বেছিভাগ সময়তেই বাদাম বহুদিন পুৰণিকৈ ৰখা হয়। ফলত বাদামত, বিশেষকৈ বাদামৰ বাকলিত বহু দূষিত পদার্থ জমা হয়। তিয়াই

নগাঁৱৰ “কাকলি সংগীত কানন”ৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ সামৰণি

নগাঁৱৰ “কাকলি সংগীত কানন”ৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,২৬জুলাই :– অসমৰ বিশিষ্ট লোকশিল্পী প্ৰয়াত গুণ শইকীয়াৰ স্মৃতি বিজড়িত নগাঁও জিলাৰ সংগীত শিক্ষাৰ অগ্ৰণী অনুষ্ঠান কাকলি সংগীত কাননৰ উদ্যোগত আয়োজন কৰা গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাটিৰ সফলতাৰে সামৰণি পৰিছে ৷ বেবেজীয়াৰ সমীপৰ কুৰুৱাবাহী চাৰিআলিৰ ১ নং গেদাৰবড়ি নামঘৰ প্ৰাংগণত অনুষ্ঠিত প্ৰয়াত লোকশিল্পী গুণ শইকীয়াৰ পবিত্ৰ সোঁৱৰণত অনুষ্ঠিত এই কৰ্মশালাত ভাৰত

মেঘালয়ৰ ফাৰ্ম হাউছত দেহ ব্যৱসায়ৰ বৃহত ঘাটি !

মেঘালয়ৰ ফাৰ্ম হাউছত দেহ ব্যৱসায়ৰ বৃহত ঘাটি !

মেঘালয়ৰ ফাৰ্ম হাউছত দেহ ব্যৱসায়ৰ বৃহত ঘাটি। গাৰো পাহাৰৰ ঘৰটোত তালাচী চলাই ২৪ গৰাকী নাবালিকা উদ্ধাৰ কৰাৰ লগতে মুঠ ৬৮জন লোকক জিম্মাত লৈছে আৰক্ষীয়ে। অভিযোগ মতে মেঘালয় বিজেপিৰ উপ-সভাপতিৰ বাৰ্ণাৰ্ড মাৰাকৰ আছিল এই ফাৰ্ম হাউছটো।   ২৮ ফেব্ৰুৱাৰীত আৰক্ষী থানাত দাখিল কৰা অভিযোগৰ ভিত্তিত কালি আৰক্ষীয়ে চলোৱা এই অভিযানত পৰিত্যক্ত