Category: Assamese News

কেন্দ্ৰীয় ৰাভা দিৱস উদযাপন সদৌ অসম ছাত্ৰ সন্থা

কেন্দ্ৰীয় ৰাভা দিৱস উদযাপন সদৌ অসম ছাত্ৰ সন্থা

যোৱা কালিৰে পৰা মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু মৰিগাঁওবাৰ্সী ৰাইজৰ সহযোগত মৰিগাঁও স্কুল খেলপথাৰত আয়োজন কৰা হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস।আজিৰ ২০জুন ৰাভা দিৱস পুৱা পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ শ্বহীদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

অসমীয়া চুটি ছবি “নাৰী” আৰু “অসহায়”য়ে লাভ কৰিলে সন্মান

অসমীয়া চুটি ছবি “নাৰী” আৰু “অসহায়”য়ে লাভ কৰিলে সন্মান

নিউজ ব্যুৰ’,নগাঁও,১৭ জুন:– চাউথ ইণ্ডিয়ান ফিল্ম ফেচটিভেল এৱাৰ্ড ২০২২ত নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ৰান্ধনিচুকৰ নিবাসী চন্দন দাধৰাৰ পৰিচালনাত নিৰ্মাণ হোৱা নাৰী(The Women)য়ে লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ অসমীয়া চুটি ছবিৰ সন্মান ৷ অন লাইনযোগে অনুষ্ঠিত হোৱা চুটি ছবি প্ৰতিযোগিতাত দেশৰ ৪০৭২ খন বিভিন্ন ভাষাৰ ছবিয়ে ভাগ লৈছিল বুলি জানিবলৈ

গুৱাহাটীৰ বান পৰিস্থিতি অপৰিৱৰ্তিত

গুৱাহাটীৰ বান পৰিস্থিতি অপৰিৱৰ্তিত

ধাৰাসাৰ বৰষুণৰ বাবে ৰাজ্যত নতুনকৈ ঠাইবিশেষে পুনৰ বানৰ সন্ত্ৰাস আৰম্ভ হৈছে৷ ইফালে গুৱাহাটীৰ কৃত্ৰিম বানৰ পৰিস্থিতি দ্বিতীয় দিনৰ বাবেও অপৰিৱৰ্তিত থাকে৷ উল্লেখযোগ্য যে যোৱা দুদিনধৰি ৰাজ্যত মুষলধাৰে বৰষুণ  অব্যাহত থকাৰ বাবে মধ্য অসমত পুনৰ বানৰ বিভীষিকা আৰম্ভ হৈছে৷ ডিমা হাছাও জিলাত পুনৰ ভয়ংকৰ বান আৰু গৰাখহনীয়া আৰম্ভ হৈছে৷ বান আৰু

গুৱাহাটীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ,বাধা দিবলৈ যাওঁতে আঘাত প্ৰাপ্ত হ’ল দিছপুৰৰ উপ-আৰক্ষী অধীক্ষক হিমাংশু দাস

গুৱাহাটীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ,বাধা দিবলৈ যাওঁতে আঘাত প্ৰাপ্ত হ’ল দিছপুৰৰ উপ-আৰক্ষী অধীক্ষক হিমাংশু দাস

বুধবাৰে ইডিৰ কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছী নেতা ৰাহুল গান্ধী৷ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা সমৰ্থকৰ বৃহৎ ৰেলীৰে ইডিৰ কাৰ্যালয়ত উপস্থিত হয় নেতাগৰাকী ৷নেশ্যনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ চমন জাৰি কৰিছিল। ইফালে পুৱাৰে পৰা ৰাহুল গান্ধীৰ সমৰ্থনত দেশৰ বিভিন্ন কংগ্ৰেছ

গুৱাহাটীবাসীলৈ প্ৰশাসনৰ পুনৰ জৰুৰী নিৰ্দেশনা:সহায়ৰ বাবে সতৰ্ক জিলা প্ৰশাসন

গুৱাহাটীবাসীলৈ প্ৰশাসনৰ পুনৰ জৰুৰী নিৰ্দেশনা:সহায়ৰ বাবে সতৰ্ক জিলা প্ৰশাসন

নেৰানেপৰা বৰষুণৰ ফলত গুৱাহাটীৰ বহু স্থানত বৰ্তমানো ভূমিস্খলন আৰু কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ আছে৷গুৱাহাটীবাসীলৈ প্ৰশাসনৰ পুনৰ জৰুৰী নিৰ্দেশনা।বানৰ কৱলত পৰা মহানগৰবাসীক সহায়ৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা সকলো সতৰ্ক হৈ আছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তই৷ মঙলবাৰে মহানগৰৰ পৰিস্থিতি চাই স্কুল কলেজ বন্ধ দিয়া হৈছিল৷যদি পৰিস্থিতি আৰু বেয়া হয় তেতিয়া পুনৰ