22 C
Assam
Wednesday, November 30, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

কেন্দ্ৰীয় ৰাভা দিৱস উদযাপন সদৌ অসম ছাত্ৰ সন্থা

Assamese Newsকেন্দ্ৰীয় ৰাভা দিৱস উদযাপন সদৌ অসম ছাত্ৰ সন্থা

যোৱা কালিৰে পৰা মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু মৰিগাঁওবাৰ্সী ৰাইজৰ সহযোগত মৰিগাঁও স্কুল খেলপথাৰত আয়োজন কৰা হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস।আজিৰ ২০জুন ৰাভা দিৱস পুৱা পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ শ্বহীদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ প্ৰতিছৱিত মাল্যপৰ্ণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড.সমুজ্জল ভট্টাচাৰ্যই

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: