18.2 C
Assam
Wednesday, November 30, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

DID Little Master ৰ ফাইনেলত প্ৰৱেশ আধ্যাশ্ৰী উপাধ্যাৰ

Entertainment NewsDID Little Master ৰ ফাইনেলত প্ৰৱেশ আধ্যাশ্ৰী উপাধ্যাৰ

ZEE TV ৰ জনপ্রিয় ৰিয়েলিটী শ্ব’ DID Little Master ৰ ফাইনেলত প্ৰৱেশ কৰিলে চিলাপথাৰৰ কণমানি আধ্যাশ্ৰী উপাধ্যায়েঃ Anchorঃ চিলাপথাৰ ফুলবাৰীপথাৰৰ ৫ বছৰীয়া কণমানি আধ্যাশ্রী উপাধ্যায়ে নিজৰ নৃত্য প্রতিভাৰে বিচাৰকৰ লগতে দৰ্শকৰ মন জয় কৰি অৱশেষত ZEE TV ৰ জনপ্রিয় ৰিয়েলিটী শ্ব’ DID Little Master ৰ ফাইনেলত প্ৰৱেশ কৰিলে। এতিয়া ফাইনেলত জয়ী হ’ৱলৈ কণমানি আধ্যাশ্রীক প্রয়োজন আপোনাৰ , মোৰ অকণমান মৰম তথা সহাঁৰিৰ । ৰিয়েলিটী শ্ব’টোৰ ফাইনেলত এতিয়া শেষ হাঁহি মাৰিবলৈ ভোটৰ প্ৰয়োজন আধ্যাশ্রীক।

আপুনিও 9152915240 নম্বৰত মিছকল জড়িয়তে আৰু ZEE 5 এপ ডাউনলোড কৰি কণমানি জনীক দিব পাৰিব ভোট।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: