Category: Assamese News

দক্ষিণ-পশ্চিম নগাঁৱৰ বান পৰিস্থিতি জটিল,কুৰিখনৰো অধিক গাঁও জলমগ্ন

দক্ষিণ-পশ্চিম নগাঁৱৰ বান পৰিস্থিতি জটিল,কুৰিখনৰো অধিক গাঁও জলমগ্ন

নিউজ ব্যুৰ’,নগাঁও,২৩জুন:–নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তত বান পৰিস্থিতি আজিও অপৰিবৰ্তিত হৈ আছে । চলিত বৰ্ষৰ দ্বিতীয় বৰ্ষৰ দ্বিতীয়টো বানে এই অঞ্চলবোৰৰ ৰাইজৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে । ইয়াৰ মাজতে কালি বিয়লিৰ ভাগত ফুলগুৰি-দেওবালিত থকা কলং নদীৰ মথাউৰিটো বাঢ়নী পানীয়ে ছিঙি নিয়াৰ ফলত ন ন অঞ্চল প্লাৱিত হৈছে । ষ্মৰ্তব্য যে

২৫ জুনৰ পৰা ২৫ জুলাইলৈ গৰমৰ বন্ধ !

২৫ জুনৰ পৰা ২৫ জুলাইলৈ গৰমৰ বন্ধ !

আগুৱাই দিয়া হ’ল গৰমৰ বন্ধ । ৰাজ্যৰ বান পৰিস্থিতিৰ বাবেই গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ২৫ জুনৰ পৰা ২৫ জুলাইলৈ গৰমৰ বন্ধ । শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে এই কথা যি সমূহ বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হৈ আছে সেই সমূহ বিদ্যালয়ক ২৫ তাৰিখৰ ভিতৰত পৰীক্ষা সমূহ শেষ কৰি ২৫ তাৰিখৰ পৰা

শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত কোন কোন শিক্ষকৰ নাম ?

শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত কোন কোন শিক্ষকৰ নাম ?

শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত কোন কোন শিক্ষকৰ নাম ? জিলাই জিলাই এল আই চিৰ এজেণ্ট, সাংবাদিক, ৰাজনৈতিক দলৰ কামত জড়িত বহু শিক্ষক।শাস্তিমূলক বদলিও হ’ব পাৰে এইসকল শিক্ষকৰ।অন্য বৃত্তিত নিয়োজিত হৈ কেৱল উপাৰ্জনৰ পাছত দৌৰা একাংশ শিক্ষকৰ বাবে চৰকাৰী বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ নিম্নগামী হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।জিলাই জিলাই এল আই

নগাঁও চহৰলৈ কলঙৰ পানীৰ তীব্ৰ ভাবুকি,চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ

নগাঁও চহৰলৈ কলঙৰ পানীৰ তীব্ৰ ভাবুকি,চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ

নিউজ ব্যুৰ’,নগাঁও,২২জুন:–নগাঁও জিলাৰ বান পৰিস্থিতি আজিও ভয়াৱহ হৈয়ে আছে । জিলাখনৰ কলং,কপিলী,বৰপানী নৈৰ লগতে কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাত জিলাখনৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । বিশেষকৈ বিগত তিনিদিন ধৰি কলং নৈৰ জলপৃষ্ঠ বৃদ্ধি পাই থকাত কলংপৰীয়া অঞ্চলৰ বান পৰিস্থিতি বিপদজনক হৈ পৰিছে । নগাঁও