Advertisement

Category: Assamese News

নগাঁৱৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁৱৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,৮জুলাই- নগাঁও জিলাৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । এই উপলক্ষে বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ

নগাঁৱত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু

নগাঁৱত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু

নিউজ ব্যুৰ’,নগাঁও,৭জুন:–বানৰ সংহাৰৰ পৰা জনসাধাৰণে পৰিত্ৰাণ পোৱাৰ পূৰ্বেই চলিত বৰ্ষৰ নগাঁও জিলাত জাপানী এনকেফেলাইটিছত দুজন লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে । মৃত লোক দুজন হৈছে নগাঁও চহৰৰ খুটিকটীয়াৰ সদানন্দ বৰুৱা

নগাঁৱৰ বেবেজীয়াৰ হস্ততাঁত-বয়ন শিল্প বিভাগৰ পৰিদৰ্শক যতীন্দ্ৰ নাথ শৰ্মাৰ আকস্মিক বিয়োগ

নগাঁৱৰ বেবেজীয়াৰ হস্ততাঁত-বয়ন শিল্প বিভাগৰ পৰিদৰ্শক যতীন্দ্ৰ নাথ শৰ্মাৰ আকস্মিক বিয়োগ

নিউজ ব্যুৰ’,নগাঁও,৬ জুলাই:–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ মাহৰিআটিৰ নিবাসী,বিশিষ্ট সমাজকৰ্মী তথা হস্ততাঁত বিভাগৰ পৰিদৰ্শক যতীন্দ্ৰ নাথ শৰ্মাৰ যোৱা নিশা আকস্মিকভাৱে মৃত্যু হয় । মৃত্যুৰ সময়ত শৰ্মাৰ বয়স হৈছিল ৫৮ বছৰ ।

নগাঁও উকীল সন্থাৰ কামপুৰ আৰু ৰহাত বান সাহায্য প্ৰদান

নগাঁও উকীল সন্থাৰ কামপুৰ আৰু ৰহাত বান সাহায্য প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,৩জুলাই :–বান বিধ্বস্ত নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰ আৰু ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো ৰাজহ গাঁৱৰ বানাক্ৰান্তসকলৰ মাজত নগাঁও উকীল সন্থাৰ এটি দলে ৰবিবাৰে বান সাহায্য প্ৰদান কৰে। নগাঁও

মণিপুৰৰ ভূমিস্খলনত নিহত চাৰি শ্ৰমিকৰ মৃতদেহ স্ব-গৃহত উপস্থিত,স্ব-গৃহত শোকাকুল পৰিৱেশ

মণিপুৰৰ ভূমিস্খলনত নিহত চাৰি শ্ৰমিকৰ মৃতদেহ স্ব-গৃহত উপস্থিত,স্ব-গৃহত শোকাকুল পৰিৱেশ

নিউজ ব্যুৰ’,নগাঁও,৩জুলাই :–মণিপুৰৰ ননী জিলাৰ টুপুলত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলি অঞ্চলৰ আজি পৰ্যন্ত ৭ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে । ৰবিবাৰে ৪ জন শ্ৰমিকৰ নশ্বৰদেহ স্ব-গৃহত