Advertisement

Category: Assamese News

নগাঁৱত ২৪ জুলাইৰ পৰা “গান্ধাৰ”ৰ উদ্যোগত সোণসেৰীয়া গীতৰ প্ৰশিক্ষণ

নগাঁৱত ২৪ জুলাইৰ পৰা “গান্ধাৰ”ৰ উদ্যোগত সোণসেৰীয়া গীতৰ প্ৰশিক্ষণ

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–নগাঁও জিলাৰ অন্যতম সাংস্কৃতিক গোষ্ঠী “গান্ধাৰ”ৰ উদ্যোগত অহা ২৪ জুলাইৰ পৰা ৩০ জুলাইলৈ সদৌ অসম অসমীয়া ন-পুৰণি সোণসেৰীয়া গীতৰ (গায়কী) প্ৰশিক্ষণ-২০২২ৰ আয়োজন কৰা হৈছে । নগাঁও চহৰৰ নতুন বজাৰৰ

নগাঁৱত ২২-২৩জুলাইত সদৌ অসম পাঞ্জা চেম্পিয়নশ্বিপ– ২০২২ৰ আয়োজন

নগাঁৱত ২২-২৩জুলাইত সদৌ অসম পাঞ্জা চেম্পিয়নশ্বিপ– ২০২২ৰ আয়োজন

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–অসম পাঞ্জা সংস্থাৰ উদ্যোগত আৰু সংস্থাৰ নগাঁও জিলা সমিতিৰ সহযোগত অহা ২২ আৰু ২৩ জুলাইত নগাঁও চহৰত সদৌ অসম পাঞ্জা চেম্পিয়নশ্বিপ-২০২২ অনুষ্ঠিত হ’ব । ৪৪ সংখ্যক চেম্পিয়নশ্বিপখনি সুচাৰুৰূপে পৰিচালনা

প্ৰলয়ংকৰী বানৰ পাছত নগাঁৱত জাপানীজ এনকেফেলাইটিছত ৩ আৰু ডায়েৰীয়াত ৩জনৰ মৃত্যু

প্ৰলয়ংকৰী বানৰ পাছত নগাঁৱত জাপানীজ এনকেফেলাইটিছত ৩ আৰু ডায়েৰীয়াত ৩জনৰ মৃত্যু

নিউজ ব্যুৰ’,নগাঁও,১২জুলাই:– প্ৰলয়ংকৰী বানে তচনচ কৰি যোৱাৰ সময়তে নগাঁও জিলাত জাপানীজ এনকেফেলাইটিছ আৰু ডায়েৰীয়া ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বৰ্তমান পৰ্যন্ত জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগৰ সংখ্যা ১২

জাগীৰোডলৈকে ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ কৰিলে খিলঞ্জীয়াৰ হাতত নাথাকিব ভূমিৰ অধিকাৰ

জাগীৰোডলৈকে ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ কৰিলে খিলঞ্জীয়াৰ হাতত নাথাকিব ভূমিৰ অধিকাৰ

নিউজ ব্যুৰ’,নগাঁও,১৩জুলাই:–জাগীৰোডলৈ অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ বিষয়টোৱে উদিগ্ন কৰি তুলিছে মধ্য অসমৰ জাতীয় দল-সংগঠনক । সেয়ে সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত গঠন কৰা হৈছে যৌথ মঞ্চ । এই যৌথ

কামৰূপ জিলাৰ নতুন উপায়ুক্ত IAS বিষয়া কীৰ্তি জল্লী…

কামৰূপ জিলাৰ নতুন উপায়ুক্ত IAS বিষয়া কীৰ্তি জল্লী…

কামৰূপ জিলাৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কীৰ্তি জল্লীক। উল্লেখ্য যে সম্প্ৰতি কাছাৰ জিলাৰ উপায়ুক্ত হিচাপে কীৰ্তি জল্লীয়ে বান-ভূমিস্খলনৰ দুৰ্যােগপূৰ্ণ সময়ৰ মাজতে অহৰহভাৱে বন্যাৰ্তৰ কাষত