শিশু সাহিত্যিক নূপুৰ মোমাইদেউৰ “ডাইনোছৰৰ আতংক” শিশুগ্ৰন্থ উন্মোচন নিউজ ব্যুৰ’,নগাঁও,১৭ জুলাই:– ”শিশুসকলৰ শৈশৱটো আমি বেদখল কৰিছোঁ ৷ ফুলৰ দৰে সুকোমল মনৰ শিশুসকলক আমি যেন তেওঁলোকৰ সোণালী শৈশৱটোক অনধিকাৰ জোৰ জৱৰদস্তি
Category: Assamese News
নাজিৰাৰ বিশিষ্ট চিকিৎসক বিপুল হাতীকাকতিৰ দেহাৱসান। চেন্নাইত চিকিৎসাৰত অৱস্থাত ৬৮বছৰ বয়সত মৃত্যু হয় মানৱদৰদী চিকিৎসকগৰাকীৰ। বিগত চাৰি দশকতকৈও অধিককাল চিকিৎসা সেৱা আগবঢ়াই আহিছিল বিপুল হাতীকাকতিয়ে।
নিউজ ব্যুৰ’,নগাঁও: মই নাহোঁ / মই নাহোঁ / একেবাৰেই আহি গুচি গ’লো মই / উভতি অহাৰ কথা নাই / মই জানো মই নাহোঁ / মই জানো কোনো নাহে— পৃথিৱী তোমাক
নিউজ ব্যুৰ’,নগাঁও: নগাঁও জিলাৰ উপায়ুক্ত নিসৰ্গ হিভৰেক বদলি কৰা হৈছে হাইলাকান্দি জিলালৈ । আই এ এছ বিষয়া হিভৰেক বদলি কৰি আন এজন আই এ এছ বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহক নগাঁও
নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–মৰিগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্ভুক্ত অন্যতম শাখা কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ তৃতীয় প্ৰতিষ্ঠা দিৱসটি যোৱা ১৩ জুলাইত উদযাপনৰ লগতে ২০২১-২০২৩ কাৰ্যবৰ্ষৰ মধ্যকালীন অধিৱেশনখনি অনুষ্ঠিত হৈ যায় । সোণাৰুগুৰি মজলীয়া