নাজিৰাৰ বিশিষ্ট চিকিৎসক বিপুল হাতীকাকতিৰ দেহাৱসান

0 min read

নাজিৰাৰ বিশিষ্ট চিকিৎসক বিপুল হাতীকাকতিৰ দেহাৱসান।

চেন্নাইত চিকিৎসাৰত অৱস্থাত ৬৮বছৰ বয়সত মৃত্যু হয় মানৱদৰদী চিকিৎসকগৰাকীৰ। বিগত চাৰি দশকতকৈও অধিককাল চিকিৎসা সেৱা আগবঢ়াই আহিছিল বিপুল হাতীকাকতিয়ে।

You May Also Like

More From Author