Category: Assamese News

তালাপত আটছাৰ শ্বহীদ দিৱস উদযাপন

তালাপত আটছাৰ শ্বহীদ দিৱস উদযাপন

অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ তালাপ শাখা আৰু অসম চাহ জনজাতি মহিলা সমিতি চমুকৈ আটুৱাৰ তালাপ শাখাৰ উদ্যোগত তথা আটছাৰ টিপুক, খোবাং-গাখীৰভেটী, ডাঙৰী চাহবাগিচা,ছৈখোৱা,হাঁহখাটী আৰু শদিয়া উপশাখাৰ সহযোগত আজি ৩৪ত্বম শ্বহীদ দিৱস উদযাপন কৰা হয়। এই উদ্দেশ্যে আটছাৰ তালাপ শাখা কাৰ্যালয় প্ৰাঙ্গণত পুৱা আটছাৰ পতাকা উত্তোলন কৰে শাখাৰ

কামপুৰত ষ্টাৰমাৰ্ক লাভ কৰি মেট্ৰিকত উত্তীৰ্ণ হোৱা এজন ছাত্ৰৰ ঘৰত কান্দোনৰ ৰোল

কামপুৰত ষ্টাৰমাৰ্ক লাভ কৰি মেট্ৰিকত উত্তীৰ্ণ হোৱা এজন ছাত্ৰৰ ঘৰত কান্দোনৰ ৰোল

কামপুৰত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি মেট্ৰিকত উত্তীৰ্ণ হোৱা এজন ছাত্ৰৰ বাসগৃহত কান্দোনৰ ৰোলষ কিন্তু কিয়? কিয় দুখত ভাঙি পৰিছে দুৰ্ভগীয়া পিতৃ–মাতৃ? হিয়া ধাকুৰি কান্দিছে পিতৃ মাতৃয়ে৷ আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় পাৰভিচ আহমেদ নামৰ

অখিল গগৈৰ পুত্ৰ নাচিকেতা উত্তীৰ্ণ হৈছে HSLC পৰীক্ষাত

অখিল গগৈৰ পুত্ৰ নাচিকেতা উত্তীৰ্ণ হৈছে HSLC পৰীক্ষাত

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi) পুত্ৰ নাচিকেতাও (Nachiketa) এইবাৰ অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত । অসম জাতীয় বিদ্যালয়ৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হোৱা নাচিকেতা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। ৬৩ শতাংশ নম্বৰ লাভ কৰা নাচিকেতাই এটা বিষয়ত লেটাৰ নম্বৰো লাভ কৰিছে।

‘নতুন শিক্ষানীতিৰ জৰিয়তে মেট্ৰিক পৰীক্ষা ইতিহাস নহয়,আগৰ দৰেই অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা’

‘নতুন শিক্ষানীতিৰ জৰিয়তে মেট্ৰিক পৰীক্ষা ইতিহাস নহয়,আগৰ দৰেই অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা’

মঙলবাৰে ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ডিফু চহৰত দেওবাৰে বিজেপি প্ৰাৰ্খীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত মন্তব্য কৰে৷ শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, ক’ভিড পৰিৱেশৰ পিছত হোৱা মেট্ৰিক পৰীক্ষাত আভ্যন্তৰীণ মূল্যায়নৰ ওপৰত নিৰ্ভৰ কৰি পৰীক্ষাৰ ফলাফল দিয়া হৈছিল ৷ ক’ভিডৰ

নাজিৰা বালিকা বিদ্যালয়ত পাঠদান হৈ থকাৰ সময়তে হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী

নাজিৰা বালিকা বিদ্যালয়ত পাঠদান হৈ থকাৰ সময়তে হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী

শিৱসাগৰৰ নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঘটন । পাঠদান হৈ থকাৰ সময়তে হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী, ৰোগীৰ বাবে চিকিৎসালয়ত বিচনাৰ অভাৱ । ৰাজ্যত শাসকীয় চৰকাৰখনে উন্নয়ন আৰু বিকাশৰ মাজেৰে আগুৱাই গৈছে । তাৰ মাজতে চিকিৎসা বিভাগৰ নমুনা চাওক । চৰকাৰ তথা চিকিৎসা বিভাগে চিকিৎসালয়ত ৰোগীৰ বাবে যাৱতীয় ভাৱে বিচনা