22 C
Assam
Wednesday, November 30, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

অখিল গগৈৰ পুত্ৰ নাচিকেতা উত্তীৰ্ণ হৈছে HSLC পৰীক্ষাত

Assamese Newsঅখিল গগৈৰ পুত্ৰ নাচিকেতা উত্তীৰ্ণ হৈছে HSLC পৰীক্ষাত

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi) পুত্ৰ নাচিকেতাও (Nachiketa) এইবাৰ অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত ।

অসম জাতীয় বিদ্যালয়ৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হোৱা নাচিকেতা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। ৬৩ শতাংশ নম্বৰ লাভ কৰা নাচিকেতাই এটা বিষয়ত লেটাৰ নম্বৰো লাভ কৰিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: