পুনৰ বহি:ৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ। লখিমপুৰৰ পানী গাঁৱৰ সীমান্ত দত্ত নামৰ ২৩বছৰীয়া যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় হায়দৰবাদৰ নানাকৰমগোৱাত। হায়দৰবাদৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱকজন। শুকুৰবাৰে নিশা সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ। অভিযোগ অনুসৰি ঘটনাস্থলীৰ পৰা পৰিয়ালবৰ্গলৈ প্ৰেৰণ কৰা ফটোসমূহত যুৱকজনৰ দেহত আঘাতৰ চিহ্ন স্পষ্ট হৈ আছে। গতিকে
Category: Assamese News
দেশ মাতৃৰ সুৰক্ষাৰ বাবে নিয়োজিত গহপুৰৰ এজন বীৰ সন্তানে উগ্ৰপন্থীৰ গুলী বুকু পাতি লৈ অকাল মৃত্যুক আকোঁৱালি ল’বলগীয়া হয়। এই ঘটনাই সমগ্ৰ গহপুৰ মহকুমাত গভীৰ শোকৰ ছাঁ পেলাইছে। অসম ৰাইফলছত কৰ্মৰত জোৱান জনৰ নাম গোপাল বিশ্বকৰ্মা(৪৮)। শনিবাৰে নিশা মনিপুৰৰ শ্ৰীপুৰত কৰ্তব্যৰত অৱস্থাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা আছাম ৰাইফলছৰ জোৱান জনৰ
দ্বিতীয়বাৰৰ বাবে শাসনত আহিব নোৱাৰে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ। ৫-৬ মাহৰ পিছত ৰিজাল্ট আহি আছে, কাম নোহোৱা হৈ পৰিব প্ৰমোদ বড়োৰ ইউ পি পি এল দল – দেওবাৰে দৰং ওদালগুৰি সমষ্টিৰ অন্তৰ্গত ৰঙিয়াৰ সোণমহৰীত বিপিএফৰ এক নিৰ্বাচনী সভাত এইদৰে কয় প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । উল্লেখ্য যে দৰং ওদালগুৰি
নাৰীয়ে মাহেকীয়া ঋতুস্রাৱৰ সময়ছোৱাত কেতবোৰ সমস্যাৰ সন্মুখীন হয়। কিন্তু এই সমস্যাবোৰৰ পৰা বাচিবলৈ ব্যায়াম কৰা উচিত নে অনুচিত, সেই বিষয়ত বহুতেই বিবুধিত পৰা দেখা যায়। এটা ভ্রান্তিমূলক ধাৰণা আছে যে মাহেকীয়া ঋতুস্রাৱৰ সময়ছোৱাত কোনো ধৰণৰ ব্যায়াম কৰা উচিত নহয়। বিছনাত পৰি থাকি বিশ্রাম লোৱাই শ্রেয়। কিন্তু ব্যায়াম কৰা অনুচিত বুলি
কোৱা হয় যে এহাল সুস্থ নাৰী-পুৰুষৰ মাজত প্রায় নিয়মিতভাবে শাৰীৰিক সম্পৰ্ক স্থাপন হ’লে তেওঁলোক মানসিক আৰু শাৰীৰিকভাবে অসুস্থ হৈ পৰাৰ সম্ভাৱনা অতি কম। কিন্তু শেহতীয়া এক গবেষণাৰ মতে বয়স বাঢ়ি অহাৰ লগে লগে মানুহে নিজৰ যৌনতাও নিয়ন্ত্রণ কৰা উচিত। পঞ্চাশোর্ধৰ ব্যক্তিয়ে যদি নিয়মিতভাবে যৌন সংগমত লিপ্ত হয়, তেন্তে তেওঁলোক হৃদৰোগত