এটা সুখবৰে এটা অঞ্চললৈ কঢ়িয়াই আনিছে আনন্দৰ বতৰা! শাৰীৰিক প্ৰতিবন্ধকতাকো নেওঁচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত জুয়ে পোৰা সোণ হৈ উজ্বলিছে নলবাৰীৰ মেধাবী ৰেজাউল। নলবাৰীৰ পশ্চিম প্ৰান্তৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ৰেজাউল হকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰিলে ৯২.১৬ শতাংশ নম্বৰ ।এই খবৰে নলবাৰীৰ গন্ধিয়া গাওঁলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ।
Category: Assamese News
কোকৰাঝাৰৰ দুবাৰকৈ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিল। নিৰ্বাচন আয়োগে বাতিল কৰিলে শৰণীয়াৰ মনোনয়ন। কোকৰাঝাৰৰ ৰিটাৰ্ণিং বিষয়া প্ৰদীপ কুমাৰ দ্বীবেদীয়ে সদৰী কৰিছে এই তথ্য। ST প্ৰমাণপত্ৰক লৈ ৰাজ্যিক কমিটীয়ে দিছিল ৰিপ’ৰ্ট। নিৰ্বাচনী বিষয়াই বাতিল কৰিলে নৱ শৰণীয়াৰ মনোনয়ন। শৰণীয়াৰ আৱেদন আদালতে খাৰিজ কৰিছিল একাধিকবাৰ। উল্লেখযোগ্য যে, এক নং কোকৰাঝাৰ লোকসভা
গৰমৰ দিন আহি আছে। ডাঃ সুভাষ কুমাৰ কৰ্মকাৰে শৰীৰ সুস্থ কৰি ৰাখিবলৈ নিয়মিতভাৱে কুঁহিয়াৰৰ ৰস খোৱাৰ পৰামৰ্শ দিয়ে। শীতকালেই হওক বা গ্ৰীষ্মকালেই হওক, ৰাজপথত কুঁহিয়াৰৰ ৰস দেখা যায়। কিন্তু গ্ৰীষ্মকাল অহাৰ লগে লগে ইয়াৰ চাহিদা বাঢ়ি যায়। চুপাৰিৰ ৰস এগিলাচ খালে ভাগৰ দূৰ হয়। গতিকে কুঁহিয়াৰৰ ৰসক প্ৰাকৃতিক শক্তি পানীয়
‘‘অসমত কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ’ল। মই গোটেই অসমখন এইকেইদিন ঘূৰি আছো, ৰাইজৰ সৈতে কথা পাতি আছো- মই দৃঢ়তাৰে ক’ব পাৰো যে এই পাঁচোটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিছে।’’ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। নগাঁও লোকসভা সমষ্টিৰ মৰিগাঁও বিধানসভা সমষ্টিৰ মিকিৰভেটা বিহু মঞ্চত আয়োজিত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত