সঞ্জীৱ শৰ্মাক আলফা স্বাধীনে হত্যা কৰাৰ বাতৰি সম্পৰ্কে পৰিয়াল অৱগত হোৱাৰ পাছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সঞ্জীৱ শৰ্মাৰ বাসগৃহত৷ ইয়াৰ পাছতে সঞ্জীৱৰ পৰিয়ালৰ লগতে গাঁওবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বিশেষকৈ সঞ্জীৱৰ পিতৃ আৰু মাতৃয়ে স্পষ্টভাৱে সংবাদ মাধ্যমযোগে পৰেশ বৰুৱাক উদ্দেশ্যি কয় যে আলফাই এই সৰু ল’ৰাটোৰ ক্ষেত্ৰত এনে পদক্ষেপ
Category: Assamese News
বলিউডৰ অনাগত চলচ্চিত্ৰ ‘জনহিত মে জাৰি’ ৰ টিজাৰ মুকলি হোৱাৰ পিছতেই অনুৰাগীসকলে এই ছবিখনৰ ট্ৰেইলাৰৰ বাবে অপেক্ষা কৰি আছিল। অনুৰাগী সকলৰ অপেক্ষাৰ অন্ত পেলাই শেহতীয়াকৈ নিৰ্মাতাসকলে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰে। ট্ৰেইলাৰ অনুসৰি জনপ্ৰিয় অভিনেত্ৰী নুসৰত ভাৰুচাক এই ছবিখনত এগৰাকী কণ্ডম বিক্ৰেতা হিচাপে সমাজৰ সৈতে যুঁজ দিয়া দেখিবলৈ পোৱা গৈছে। নুসৰতৰ
আলফাৰ ভিতৰচ’ৰাত প্ৰৱেশ কৰি চোৰাংচোৱাগিৰি কৰি আৰক্ষীক অভ্যন্তৰীণ খবৰ প্ৰদান কৰাৰ লগতে সংগঠন-বিৰোধী কাম কৰাৰ অভিযোগত আজি সংগঠনটোৱে দুজন যুৱকক প্ৰাণদণ্ড বিহে৷ বৰপেটা জিলাৰ বৰপেটা টাউনৰ প্ৰয়াত উদ্ধৱ দাস আৰু প্ৰয়াত বীণা দাসৰ পুত্ৰ ধনজিৎ দাস ওৰফে ৰূপক অসম আৰু কামৰূপ¸ জিলাৰ বাইহাটা চাৰিআলিৰ মুক্তাপুৰ গাঁৱৰ মুনিন্দ্ৰ শৰ্মা আৰু প্ৰয়াত জুনু
কিয়াৰা আদৱানীয়ে ফগলি (২০১৪) নামৰ এখন অজ্ঞাত চলচ্চিত্ৰৰ জৰিয়তে অভিনয় আৰম্ভণি কৰিছে, কিন্তু আজি তেওঁ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী, তেওঁ দক্ষিণ ভাৰতীয় বহুতো চলচ্চিত্ৰ নিৰ্মাতাৰ প্ৰথম পছন্দ হৈ পৰিছে। কিয়াৰাই প্ৰথমে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ পত্নী সাক্ষীৰ চৰিত্ৰত ধোনী: দ্য আনটোল্ড ষ্টৰী (২০১৬) নামৰ
ৰাজ্যত যেন এইবাৰ আগতীয়া বাৰিষা। ৰঙালী বিহুৰ সময়ৰ পৰাই ৰাজ্যজুৰি কম বেছি পৰিমাণে বৰষুণ হৈ থকা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ দুদিনমান বতৰ কিছু ফৰকাল কৰিছে যদিও অহা সোমবাৰৰ পৰা আকৌ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। শুকুৰবাৰ পৰ্যন্ত বৰষুণ এৰাৰ নাই কোনো সম্ভাৱনা।বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, গুৱাহাটী মহানগৰীৰ লগতে উজনি নামনিৰ