Category: Assamese News

কান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শন হ’ব অসমীয়া ছবি ‘বাঘজান’ আৰু ‘বুম্বা ৰাইড’

কান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শন হ’ব অসমীয়া ছবি ‘বাঘজান’ আৰু ‘বুম্বা ৰাইড’

সন্মানীয় কান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমীয়া ছবি ‘বাঘজান’ । কান চলচ্চিত্র মহোৎসৱৰ ‘ফিল্ম বাজাৰ’ শাখাত প্রদর্শিত হ’ব ‘বাঘজান’। জয়ছেং চাই দহোটিয়াই নির্মাণ কৰা বাঘজান নামৰ ছবিখন এইবাৰ কান মহোৎসৱত প্রদর্শন কৰা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে । ফ্রান্সৰ সৈতে ভাৰতৰ কুটনৈতিক সম্পর্ক স্থাপনৰ ৭৫ বছৰ

জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰে অভিনেতা জন আব্ৰাহামৰ বৈঠক

জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰে অভিনেতা জন আব্ৰাহামৰ বৈঠক

অসমত ফুটবলৰ প্ৰসাৰৰ বিষয়ে আলোচনাৰ বাবে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জনতা ভৱনত সাক্ষাৎ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে । ভাৰতীয় ফুটবলৰ শীৰ্ষ ক্লাব হিচাপে বৰ্তি থকাৰ বাবে মুখ্যমন্ত্ৰীৰ অনুৰোধ মৰ্মে ইণ্ডিয়ান ছুপাৰ লীগত প্ৰতিদ্বন্দ্বিতা কৰা অভিনেতাগৰাকীৰ ‘নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব’ৰ বাবে কিছু চৰকাৰী সাহায্যৰ দিশত মুখ্যমন্ত্ৰীয়ে

বৰপেটাত খিলঞ্জীয়া মুছলমান আৰু বংগীয় মুছলমানৰ মাজত সংঘৰ্ষ

বৰপেটাত খিলঞ্জীয়া মুছলমান আৰু বংগীয় মুছলমানৰ মাজত সংঘৰ্ষ

বুধবাৰে বৰপেটাৰ ভেল্লাৰ কালজাহী ৰিজাৰ্ভত দুটা ফৈদৰ মাজত সংঘটিত হয় তুমুল সংঘৰ্ষ ৷ দা-কুঠাৰ, যাঠি-জোং লৈ আক্ৰমণ-প্ৰত্যাক্ৰমণ দুয়ো পক্ষৰ ৷ খিলঞ্জীয়া মুছলমান আৰু বংগ মূলীয় মুছলমানৰ মাজত সৃষ্টি হয় এই সংঘৰ্ষৰ ৷ সংঘৰ্ষত দুয়ো পক্ষৰ কেবাজনো লোক আহত হৈছে ৷ সংঘৰ্ষত আহতসকলক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

শিৱসাগৰত পুণৰ সক্ৰিয় হৈছে হানি ট্ৰেপিং চক্ৰ: আটক-2

শিৱসাগৰত পুণৰ সক্ৰিয় হৈছে হানি ট্ৰেপিং চক্ৰ: আটক-2

শিৱসাগৰ আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই হানি ট্ৰেপিঙৰ দুই মাষ্টাৰ মাইণ্ডক আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন হানি ট্ৰেপাৰ দুটা ক্ৰমে দিপাঙ্কৰ দাস আৰু অমৰদ্বীপ দাস বুলি জানিব পৰা হৈছে । দিপাঙ্কৰ দাস আৰু অমৰদ্বীপ দাসে ৰুবুল আলি নামৰ আন এটা হানি ট্ৰেপাৰৰ সহযোগত ১৯ ডিচেম্বৰত এজন যুৱকৰ অশ্লীল ফটো আৰু ভিডিঅ’

ওদালগুৰিত অসম চাহ মজদুৰ সংঘৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন

ওদালগুৰিত অসম চাহ মজদুৰ সংঘৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন

শ্ৰমিক সকলৰ অধিকাৰ, প্ৰাপ্য, ন্যায় বিভিন্ন সময়ত এইবোৰ খৰ্ব কৰা পৰিলক্ষিত হয় | প্ৰাপ্য মজুৰিৰ পৰা বিভিন্ন সময়ত শ্ৰমিক সকল বঞ্চিত হ’বলগীয়া হয় | বছৰৰ এটা দিন অৰ্থাৎ ১ মে’ তাৰিখে যেন শ্ৰমিক সকলৰ পক্ষ্যত মাত মাতিবলৈ মন্ত্ৰী-বিধায়ক সকলে মঞ্চত উদ্দান্ত ভাষণ প্ৰদান কৰে | আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে