সুকেশ চন্দ্রশেখৰৰ সৈতে সম্বন্ধ ৰখাৰ অভিযোগত এনফৰ্চমেণ্ট ডাইৰেক্টৰেট (ইডি)এ এইবাৰ তলব কৰিল শ্রীলংকান অভিনেত্রী জেকুলিন ফার্নাণ্ডেজ। জনা মতে, প্রায় চাৰে সাত কোটি টকাৰ অবৈধ সম্পত্তিৰ মালিকীস্বত্ত্ব আছে তেওঁৰ হাতত। ইয়াৰে ৫ কোটি ৭১ লাখ টকাৰ সম্পদ সুকেশে উপহাৰ দিছিলে, ক’লা টকা বগা কৰিবলৈ। কেৱল সেয়াই নহয়, সুকেশে জেকুলিনৰ পৰিয়ালৰ সদস্যৰ
Category: Assamese News
জেনেৰেল মনোজ পাণ্ডেয়ে শনিবাৰে নতুন সেনা প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে। জেনেৰেল এম এম নাৰাৱানেৰ কার্যকাল ৩০ এপ্রিল তথা আজি সামৰণি পৰাৰ পাছতে জেনেৰেল মনোজ পাণ্ডেয়ে নাৰাৱানেৰ পৰা দায়িত্ব গ্ৰহণ কৰে। ভাৰতীয় সেনাৰ 117 ইঞ্জিনিয়াৰ্ছ ৰেজিমেণ্টৰ অন্তৰ্ভুক্ত পাণ্ডে হৈছে দেশৰ ২৯ তম সেনা প্ৰধান। উল্লেখ কৰা প্ৰয়োজন যে ভাৰতীয় সেনাবাহিনীৰ
ছানী লিয়নীৰ ফেন হ’লেই ১০ শতাংশ ৰেহাই। এগৰাকী মাংস বিক্ৰেতাই গ্ৰাহকক আকৰ্ষিত কৰিবলৈ এই পদক্ষেপ লৈছে। কৰ্ণাটকৰ প্ৰসাদ কে এন নামৰ এগৰাকী মাংস বিক্ৰেতাৰ দোকানত ভিৰ কৰিছে ক্ৰেতাই। ২ বছৰতকৈ বেছি সময় ধৰি কৰ্ণাটকৰ মাণ্ডা জিলাত মাংসৰ দোকান চলাই লোকজনে। আৰপ এতিয়া এই অ’ফাৰ দিয়াৰ পৰা বাঢ়িছে বিক্ৰী। প্ৰসাদে কৈছে-
অসমৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ ভাগ্য ব্র’ ওৰফে ভাগ্যশ্ৰী শৰ্মা। খুহুতীয়া কথাৰে দৰ্শকৰ মন জয় কৰা ইউটিউবাৰগৰাকীয়ে এতিয়া তেওঁৰ চেনেলৰ জৰিয়তে আপোনাক দেখুৱাব লণ্ডন। ইতিমধ্যে লণ্ডনত উপস্থিত হৈছে ভাগ্যশ্ৰী। লণ্ডনত তিনিমাহৰ বাবে থাকিব তেওঁ। অৱশ্যে আন ইউটিউবাৰসকলৰ দৰে কেৱল ভ্ৰমণৰ উদ্দেশ্যে বিদেশলৈ উৰা মৰা নাই ভাগ্যশ্ৰী। ভাগ্যশ্ৰীৰ লণ্ডন গমনৰ আছে বিশেষ
গুৱাহাটী টাইমছ সম্পাদকীয় সাতবিহু গ’ল যদিও ৰাজ্যত এতিয়াও চলি আছে বিহুৰ নামত সাংস্কৃতিক অনুষ্ঠানবোৰ। বতাহ-বৰষুণৰ মাজতো প্ৰায়সংখ্যক সাংস্কৃতিক অনুষ্ঠানতে দেখা পোৱা গৈছে অজস্ৰ দৰ্শকৰ ভিৰ। এইবৰ্ষত চৰ্চাৰ শীৰ্ষত আছে একাংশ দৰ্শকৰ বোকানৃত্য। বৰষুণে বোকাময় কৰা বিহু ফাংচনস্থলীত লুতুৰি পুতুৰি হৈ নাচিছে বহু যুৱকে। বিশেষকৈ জুবিন গাৰ্গৰ সংগীতানুষ্ঠানসমূহত দেখা পোৱা গৈছে