মংগলদৈ-ভূটিয়াচাং পথত ট্ৰাকে মহতিয়াই নিয়ে এগৰাকী স্কুটী আৰোহীক ফলত থিতাতে নিহত হয় ৰতনপুৰৰ পুজা ভৱেল(২৬) নামৰ মহিলা গৰাকী টংলাত নিজৰ কাপোৰৰ দোকান বন্ধ কৰি ঘৰলৈ আহি থাকোতে ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় AS01FC3651 নম্বৰৰ ট্ৰাকখন ঘাগ্ৰাৰ পৰা বজাৰৰ মাল কঢিয়াই টংলা অভিমুখে গৈ আছিল ঘটনাস্থলীত উপস্থিত হৈ টংলা আৰক্ষীয়ে মৰণোত্তৰ
Category: Assamese News
সোণালী বান্দৰৰ বাবে বিখ্যাত কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টৰ এটা শিলৰ গুহাত আৱস্থিত শ্ৰীশ্ৰী বুঢ়ী ঠাকুৰাণী আই মন্দিৰৰ পুজাখন ৩ আৰু ৪ বহাগত ঠাকুৰাণীপাৰা ৰাইজে অনুষ্ঠিত কৰে আৰু অঞ্চলতৰ লগতে জিলাখনৰ বিভিন্ন গাঁওৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা যায় । ৰজা দিনীয়া ঐতিহাসিক শ্ৰীশ্ৰী বুঢ়ী ঠাকুৰাণী আইৰ থান খন ১৯৪৩ চনেত স্থাপিত কৰা
৫ বছৰীয়া সফল প্ৰেমৰ অন্তত আজি বিবাহপাশত আৱদ্ধ হ’ল ৰণবীৰ-আলিয়া
সোণাই ছাইদৰীয়া পথৰ দুৰৰ্ৱস্থাৰ বিষয়ে স্মাৰক পত্ৰ প্ৰদান কৰে নগাওঁ জিলা আমছুয়ে। ছাত্ৰ ছাত্ৰী আৰু জনসাধাৰনৰ প্ৰতি লক্ষ্য ৰাখি স্মাৰক পত্ৰ প্ৰদান কৰে আমছুৱে। স্মাৰক পত্ৰ যোগে পথটি পৰিদৰ্শন আৰু মেৰামতিৰ বাবে অনুৰোধ জনাই নগাওঁ জিলা আমছুৱে।॥ নগাওঁ জিলাৰ ৰূপহীহাট সমষ্টিৰ জুৰীয়া আৰু ৰূপহী সংযোগী একমাত্ৰ মূল পথটো হল সোনাই
জুৰীয়াত নিশা তিনিটাকৈ নামঘৰত চোৰৰ লুট পাট-লণ্ড ভণ্ড কৰিলে আসন,লুটি লৈ গ’ল ধনৰ লগতে মণিকূটৰ সোণৰ আ-অলংকাৰ এই ঘটনা সংঘটিত হৈছে জুৰীয়াৰ চামধৰাত । নিশা চোৰে গাঁৱখনৰে তিনিটাকৈ নামঘৰ ক্ৰমে বৰ নামঘৰ, মাজো নামঘৰ আৰু সাতঘৰীয়া নামঘৰৰ দোৱাৰৰ তলা ভাঙি লুট পাট চলাই, লণ্ড ভণ্ড কৰে আসন ,লুটি লৈ যায়