25.9 C
Assam
Monday, May 23, 2022

Featured News

Above 100 people join UPPL in Srirampur and Gossaigaon

More than a hundred people including members...

গুৱাহাটী: পত্নীক যৌন আতিশায্য চলোৱাৰ অভিযোগত ভাৰাতীয়াই হত্যা কৰিলে মালিকক

গুৱাহাটী মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড।ভাৰতীয়াই ঘপিয়াই হত্যা কৰিলে...

নগাওঁ জিলাৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান নগাওঁ জিলা আমছুৰ

Assamese Newsনগাওঁ জিলাৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান নগাওঁ জিলা আমছুৰ

সোণাই ছাইদৰীয়া পথৰ দুৰৰ্ৱস্থাৰ বিষয়ে স্মাৰক পত্ৰ প্ৰদান কৰে নগাওঁ জিলা আমছুয়ে।

ছাত্ৰ ছাত্ৰী আৰু জনসাধাৰনৰ প্ৰতি লক্ষ্য ৰাখি স্মাৰক পত্ৰ প্ৰদান কৰে আমছুৱে।

স্মাৰক পত্ৰ যোগে পথটি পৰিদৰ্শন আৰু মেৰামতিৰ বাবে অনুৰোধ জনাই নগাওঁ জিলা আমছুৱে।॥

নগাওঁ জিলাৰ ৰূপহীহাট সমষ্টিৰ জুৰীয়া আৰু ৰূপহী সংযোগী একমাত্ৰ মূল পথটো হল সোনাই ছাইদৰীয়া। এই পথটোৰ দুৰৰ্ৱস্হা দূৰ কৰাৰ দাবী জনাই স্মাৰক যোগে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: