জুৰীয়াত নিশা তিনিটাকৈ নামঘৰত চোৰৰ লুট পাট

1 min read

জুৰীয়াত নিশা তিনিটাকৈ নামঘৰত চোৰৰ লুট পাট-লণ্ড ভণ্ড কৰিলে আসন,লুটি লৈ গ’ল ধনৰ লগতে মণিকূটৰ সোণৰ আ-অলংকাৰ

এই ঘটনা সংঘটিত হৈছে জুৰীয়াৰ চামধৰাত । নিশা চোৰে গাঁৱখনৰে তিনিটাকৈ নামঘৰ ক্ৰমে বৰ নামঘৰ, মাজো নামঘৰ আৰু সাতঘৰীয়া নামঘৰৰ দোৱাৰৰ তলা ভাঙি লুট পাট চলাই, লণ্ড ভণ্ড কৰে আসন ,লুটি লৈ যায় মণিকূটৰ সোণৰ আ-অলংকাৰ । উল্লখ্য যে জুৰীয়াৰ আৰক্ষী থানাৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগৰ গাঁৱৰ খন। সম্প্ৰতি ঘটনা সন্দৰ্ভত জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে গাঁৱখনৰ ৰাইজে।

You May Also Like

More From Author