22.5 C
Assam
Friday, May 20, 2022

Featured News

Over 6.62 lakh hit by flood in Assam; death toll rises to 9

The flood situation in Assam further deteriorated...

6 Naga Rebels Surrender

In a major achievement in the insurgency...

Nilamani Sen Deka Expelled From Assam Congress

Opposition Congress in Assam on Wednesday expelled...

জুৰীয়াত নিশা তিনিটাকৈ নামঘৰত চোৰৰ লুট পাট

Assamese Newsজুৰীয়াত নিশা তিনিটাকৈ নামঘৰত চোৰৰ লুট পাট

জুৰীয়াত নিশা তিনিটাকৈ নামঘৰত চোৰৰ লুট পাট-লণ্ড ভণ্ড কৰিলে আসন,লুটি লৈ গ’ল ধনৰ লগতে মণিকূটৰ সোণৰ আ-অলংকাৰ

এই ঘটনা সংঘটিত হৈছে জুৰীয়াৰ চামধৰাত । নিশা চোৰে গাঁৱখনৰে তিনিটাকৈ নামঘৰ ক্ৰমে বৰ নামঘৰ, মাজো নামঘৰ আৰু সাতঘৰীয়া নামঘৰৰ দোৱাৰৰ তলা ভাঙি লুট পাট চলাই, লণ্ড ভণ্ড কৰে আসন ,লুটি লৈ যায় মণিকূটৰ সোণৰ আ-অলংকাৰ । উল্লখ্য যে জুৰীয়াৰ আৰক্ষী থানাৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগৰ গাঁৱৰ খন। সম্প্ৰতি ঘটনা সন্দৰ্ভত জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে গাঁৱখনৰ ৰাইজে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: