বিগত দীঘলীয়া সময় ধৰি ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি আছে প্ৰাণান্তক যুদ্ধ। সকলো যুদ্ধৰ দৰেই এই যুদ্ধতো আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মহিলা আৰু শিশুসকল। হাজাৰ হাজাৰ ইউক্ৰেইনী জনতাই প্ৰাণ হেৰুৱাইছে ৰুছ আক্ৰমণত। ৰুছ সেনাৰ বৰ্বৰতা আৰু নিষ্ঠুৰতাৰ বলি হ’বলগীয়া হৈছে ইউক্ৰেনৰ মহিলা আৰু শিশুসকল। এই নিষ্ঠুৰতাৰ এটা অতি ভয়ংকৰ আৰু মৰ্মভেদী কাহিনী
Category: Assamese News
বৰ্তমান সময়ত মনৰ ভাৱ বিনিময় কৰিবলৈ হোৱাটছএপ( WhatsApp) এক উপযুক্ত মাধ্যম। কিন্তু হঠাতে যেতিয়া আপোনাৰ প্ৰিয়জন অথবা কোনো আপোন মানুহে আপোনাক হোৱাটছএপত ব্লক কৰি দিয়ে তেতিয়া মনটো বহুত বেয়া লাগে নহয়নে? আপুনি তেতিয়া বাৰে বাৰে পৰীক্ষা কৰি থাকে আপোনাক আনব্লক কৰিলে নে নাই। ৰ’ব চিন্তা নকৰিব। আমি আপোনাক দিম নিজকে আনব্লক কৰাৰ
লতা মংগেশকাৰ (Lata Mangeshkar)। এই নামটোৰ অবিহনে ভাৰতীয় সংগীত পৃথিৱীখনৰ কথা কেতিয়াও কল্পনা কৰিব নোৱাৰি। সাক্ষাৎ যেন দেৱী সৰস্বতী আছিল লতা মংগেশকাৰ, যি কথা প্ৰতিজন ভাৰতীয়ই অনুভৱ কৰে। সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰে জীৱনজোৰা মূল্যবোধক সদায়ে গুৰুত্ব প্ৰদান কৰি আহিছিল। শেহতীয়াকৈ লতাজীৰ ভগ্নী আশা ভোচলেই লতা মংগেশকাৰৰ মূল্যবোধৰ এক কথা প্ৰকাশ কৰিছে।
টুইটাৰ কিনি বিশ্বজুৰি আলোড়ন সৃষ্টি কৰা ধনকুবেৰ এলন মাস্কে এইবাৰ আন এক ঘোষণা কৰিলে। তেওঁৰ এইবাৰৰ লক্ষ্য কোকা কোলা কোম্পানী। মাস্কে ধেমালিৰে টুইটাৰত লিখিলে কোকা কোলা কোম্পানী ক্ৰয় কৰি ১০০ বছৰ আগৰ ফর্মূলা অনুযায়ীহে কোকা কোলা তৈয়াৰ কৰিব তেওঁ। তাতে কোকেইন মিহলাব। কোকা কোলাত এসময়ত সঁচাকৈয়ে কোকেইন মিহলোৱা হৈছিল।
শচীন তেণ্ডুলকাৰ (Sachin Tendulkar)ৰ জীয়ৰী ছৰা তেণ্ডুলকাৰ (Sara Tendulkar) নেটিজেনসকলৰ মাজত যথেষ্ট জনপ্ৰিয়। মডেলিঙৰ বাবে বাতৰিৰ শিৰোনামত থাকে ছাৰা। এতিয়া তাইৰ বলীউডত আত্মপ্ৰকাশৰ খবৰ (Sara Tendulkar Bollywood Debut) চৰ্চাত আছে। ছাৰা তেণ্ডুলকাৰৰ বয়স মাত্ৰ ২৪ বছৰ আৰু বেছিভাগ তাৰকা শিশুৰ দৰে সামাজিক মাধ্যমত অতি সক্ৰিয়। অভিনয়ৰ প্ৰতি আগ্ৰহী ছাৰা তেণ্ডুলকাৰ