ইন্ধনৰ মূল্যবৃদ্ধিয়ে সমগ্ৰ ব্যৱস্থাটোৰ ওপৰতে প্ৰভাৱ পেলাইছে । পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় আৰু ক্ৰমবৰ্ধিত মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এইবাৰ বৃদ্ধি পাব যাত্ৰীবাহী বাছৰ ভাড়া । এই সন্দৰ্ভত সদৌ অসম মটৰ পৰিবহণ সন্থাই ৰাজ্যত যাত্ৰীবাহী যান-বাহনৰ ভাড়া বৃদ্ধি কৰাৰ বাবে চৰকাৰক আহ্বান জনাই অসম চৰকাৰৰ পৰিবহণ আয়ুক্তক স্মাৰক পত্ৰ দিছে । সেই অনুসৰি সন্থাই বাছৰ
Category: Assamese News
অসমৰ ছবি জগতৰ বাবে ভাল খবৰ।কেনি বসুমতাৰীৰ লিখিত-পৰিচালিত ছবি ‘লোকেল উৎপাত’ৰ ট্ৰেইলাৰ মুকলি।অহা ১৩ মেত মুক্তিলাভ কৰিব লগা ছবিখনৰ ট্রেইলাৰ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰে।উল্লেখ্য যে ,লোকেল কুংফু আৰু হেভি বাজেটৰ বেনাৰত নিৰ্মিত চতুৰ্থখন ফিচাৰ ফিল্ম লোকেল উৎপাত।বন্ধু তথা পৰিয়ালৰ সৈতে একেলগে উপভোগ কৰিব পৰা ছবিখনৰ মূল কাহিনী এটা
ৰাজ্যসভা নিৰ্বাচনৰ পাৰ্শ্বক্ৰিয়া ৰাজ্যৰ ৰাজনীতিত চলিয়েই আছে। কংগ্ৰেছৰ ৭-৮ গৰাকী বিধায়কে সদ্যসমাপ্ত ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিং কৰি বিজেপিৰ প্ৰাৰ্থীক ভোট দিছিল বুলি এ আই ইউ ডি এফৰ বিতৰ্কিত বিধায়ক কৰিমুদ্দিন বৰভূঞাই মন্তব্য কৰিছিল । ফলত জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৃহস্পতিবাৰে বিধায়ক কৰিমুদ্দিন বৰভূঞালৈ প্ৰেৰণ
ৰাজ্যখনত স্বাস্থ্যখণ্ডৰ ব্যাপক উন্নয়নৰ বাবে অব্যাহত আছে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা ৷ অসমক উত্তৰ-পূৱ আৰু দক্ষিণ-পূৱ এচিয়াৰ স্বাস্থ্যখণ্ডৰ মুল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডৰ ব্যাপক উন্নয়নৰ আঁচনি গ্ৰহণ কৰিছে ৷ ইপিনে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে জাপানৰ জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সী চমুকৈ জাইকাৰ পৰা সহযোগিতা লাভ
এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি লখিমপুৰ জিলাত তীব্ৰ উত্তেজনা । ন্যায় বিচাৰি একাংশ মহিলাই ঘেৰাও কৰিলে লখিমপুৰ সদৰ থানা। প্ৰতিবাদকাৰীৰ দাবী বোৱাৰীৰ গৰাকী মৃত্যু সাধাৰণ নহয় এয়া হত্যাকাণ্ড । উল্লেখ্য যে লখিমপুৰৰ বৰমূৰিয়া তিনি আলিৰ ক্ষিপ্ৰদীপ গগৈৰ লগত যোৱা ডিচেম্বৰ মাহত বিবাহপাশত আবদ্ধ হৈছিল আহুচাউল গাঁৱৰ নৱনীতা শৰ্মা । কিন্তু