Category: Assamese News

আলফা(স্বা) লৈ পুনৰ দুই অসমীয়া তেজাল যুৱক

আলফা(স্বা) লৈ পুনৰ দুই অসমীয়া তেজাল যুৱক

পুনৰ সশস্ত্ৰ সংগঠনলৈ অসমৰ দুই তেজাল যুৱক।আলফা(স্বা)ত যোগদান কৰা দুই অসমীয়া যুৱক ক্ৰমে নৰেন মেচ আৰু পংকজ গগৈ।১৮ এপ্ৰিলত আলফা(স্বা)ৰ গোপন শিবিৰত উপস্থিত যুৱক দুজন।উল্লেখ্য যে নিষিদ্ধ সংগঠনত যোগদান কৰা যুৱক পংকজৰ ঘৰ নাহৰকটীয়াত আৰু নৰেনৰ ঘৰ শিৱসাগৰত। তাৎপৰ্যপূৰ্ণ কথা এই যে ,দুদিন পূৰ্বে তিনিচুকীয়া যুৱ কংগ্ৰেছৰ উপ-সভাপতি জনাৰ্দন গগৈয়ে

ওদালগুৰিৰ টংলাত ভয়ংকৰ পথ দুৰ্ঘটনা

ওদালগুৰিৰ টংলাত ভয়ংকৰ পথ দুৰ্ঘটনা

মংগলদৈ-ভূটিয়াচাং পথত ট্ৰাকে মহতিয়াই নিয়ে এগৰাকী স্কুটী আৰোহীক ফলত থিতাতে নিহত হয় ৰতনপুৰৰ পুজা ভৱেল(২৬) নামৰ মহিলা গৰাকী টংলাত নিজৰ কাপোৰৰ দোকান বন্ধ কৰি ঘৰলৈ আহি থাকোতে ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় AS01FC3651 নম্বৰৰ ট্ৰাকখন ঘাগ্ৰাৰ পৰা বজাৰৰ মাল কঢিয়াই টংলা অভিমুখে গৈ আছিল ঘটনাস্থলীত উপস্থিত হৈ টংলা আৰক্ষীয়ে মৰণোত্তৰ

অভয়াপুৰীৰ কাকৈজানা ঠাকুৰাণী পাৰাত উৎসৱ মুখৰ পৰিবেশ;

অভয়াপুৰীৰ কাকৈজানা ঠাকুৰাণী পাৰাত উৎসৱ মুখৰ পৰিবেশ;

সোণালী বান্দৰৰ বাবে বিখ্যাত কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টৰ এটা শিলৰ গুহাত আৱস্থিত শ্ৰীশ্ৰী বুঢ়ী ঠাকুৰাণী আই মন্দিৰৰ পুজাখন ৩ আৰু ৪ বহাগত ঠাকুৰাণীপাৰা ৰাইজে অনুষ্ঠিত কৰে আৰু অঞ্চলতৰ লগতে জিলাখনৰ বিভিন্ন গাঁওৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা যায় । ৰজা দিনীয়া ঐতিহাসিক শ্ৰীশ্ৰী বুঢ়ী ঠাকুৰাণী আইৰ থান খন ১৯৪৩ চনেত স্থাপিত কৰা

নগাওঁ জিলাৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান নগাওঁ জিলা আমছুৰ

নগাওঁ জিলাৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান নগাওঁ জিলা আমছুৰ

সোণাই ছাইদৰীয়া পথৰ দুৰৰ্ৱস্থাৰ বিষয়ে স্মাৰক পত্ৰ প্ৰদান কৰে নগাওঁ জিলা আমছুয়ে। ছাত্ৰ ছাত্ৰী আৰু জনসাধাৰনৰ প্ৰতি লক্ষ্য ৰাখি স্মাৰক পত্ৰ প্ৰদান কৰে আমছুৱে। স্মাৰক পত্ৰ যোগে পথটি পৰিদৰ্শন আৰু মেৰামতিৰ বাবে অনুৰোধ জনাই নগাওঁ জিলা আমছুৱে।॥ নগাওঁ জিলাৰ ৰূপহীহাট সমষ্টিৰ জুৰীয়া আৰু ৰূপহী সংযোগী একমাত্ৰ মূল পথটো হল সোনাই