মানকাচাৰৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

মানকাচাৰৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সোমবাৰে পুৱা ১০:৩০ বজাত অসমৰ মানকাচাৰত ভাৰত-বাংলাদেশ সীমান্তত উপস্থিত হৈ সীমান্ত অঞ্চল পৰিদৰ্শন কৰে।

তেওঁ লগতে, সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) সৈতে নিৰাপত্তাৰ দিশ কিদৰে পৰিচালনা হয় তাৰ ওপৰত এক আভাস লয়।

কেন্দ্রীয় গৃহমন্ত্ৰী গৰাকীয়ে শেষত সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

Shahnawaz Hamza