মানকাচাৰৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সোমবাৰে পুৱা ১০:৩০ বজাত অসমৰ মানকাচাৰত ভাৰত-বাংলাদেশ সীমান্তত উপস্থিত হৈ সীমান্ত অঞ্চল পৰিদৰ্শন কৰে।

কেন্দ্রীয় গৃহমন্ত্ৰী গৰাকীয়ে শেষত সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।