22 C
Assam
Saturday, May 28, 2022

Featured News

Centre releases Rs 324 crore advance from SDRF for flood-hit Assam

The Central government has released an advance...

BTC EM Wilson Hasda meets Comedy King Johny Lever; shares experience

Bodoland Territorial Coumcil(BTC) Executive Member(EM) Wilson Hasda...

ওদালগুৰিৰ টংলাত ভয়ংকৰ পথ দুৰ্ঘটনা

Assamese Newsওদালগুৰিৰ টংলাত ভয়ংকৰ পথ দুৰ্ঘটনা

মংগলদৈ-ভূটিয়াচাং পথত ট্ৰাকে মহতিয়াই নিয়ে এগৰাকী স্কুটী আৰোহীক

ফলত থিতাতে নিহত হয় ৰতনপুৰৰ পুজা ভৱেল(২৬) নামৰ মহিলা গৰাকী

টংলাত নিজৰ কাপোৰৰ দোকান বন্ধ কৰি ঘৰলৈ আহি থাকোতে ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়

AS01FC3651 নম্বৰৰ ট্ৰাকখন ঘাগ্ৰাৰ পৰা বজাৰৰ মাল কঢিয়াই টংলা অভিমুখে গৈ আছিল

ঘটনাস্থলীত উপস্থিত হৈ টংলা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো হাস্পাতাললৈ লয় যায়

মৃত মহিলাগৰাকীৰ স্বামী মাধৱ ভাৱেল

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰী ট্ৰাক চালকজনে অধিক মদ্যপান কৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হবলৈ পালে

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: