‘‘অসমৰ জাতীয় সংবিধানত ব’হাগ মাহত যুৱক-যুৱতীয়ে প্ৰেম কৰাৰ সাংবিধানিক অধিকাৰ আছে, এয়া প্ৰেমৰ সময় ৷ অসমৰ জাতীয় সংবিধানমতে যুৱক-যুৱতীয়ে পলাই মন্দিৰতো বিয়া পাতিব পাৰে ৷’’ মঙলবাৰে মহানগৰীৰ বীৰকুছিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিধায়ক অতুল বৰাই মন্তব্য কৰি ক’লে এনেদৰে ৷ সন্মুখত পৌৰ নিগমৰ নিৰ্বাচন ৷ গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনক
Category: Assamese News
অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি হ’ব ৰিপুন বৰা ৷ মে’ৰ দ্বিতীয় সপ্তাহত ৰিপুন বৰাক অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে আনুষ্ঠানিক ঘোষণাৰ হোৱাৰ সম্ভাৱনা । বুধবাৰে কলকাতাত অসমৰ দায়িত্বত থকা তৃণমূল কংগ্ৰেছৰ দলীয় নেতা মলয় ঘটকৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় বৰা ৷ এই বৈঠকৰ পাছতেই নিশ্চিত হৈছে এই কথা ৷ ৰিপুন
আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰে অলপতে বিবাহপাশত আৱদ্ধ হৈছিল। ইফালে, ছ’চিয়েল মিডিয়াত চাৰা আলী খানৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত তেওঁ ৰণবীৰক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছে।ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্টৰ বিয়াৰ আলোচনা আজিকালি সকলোঠাইতে শুনা গৈছে। অনুৰাগীসকলে এই দম্পতীহালৰ এক আভাস চাবলৈ বাট চাই আছে। ৰণবীৰ আৰু আলিয়াই
বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৰ কনভয় বাহনৰ দুর্ঘটনা। তামূলপুৰৰ এঘাৰমাইলত দুর্ঘটনাগ্ৰস্ত হয় কনভয়ৰ বাহন।ভয়ংকৰ দুর্ঘটনাত এগৰাকী আৰক্ষী জোৱান থিতাতে নিহত হোৱাৰ লগতে অন্য তিনিগৰাকী জোৱান আহত হয়।নিহত জোৱানজন ৰাজু কলিতা।টুইটযোগে এই কথা অৱগত কৰিছে প্ৰমোদ বড়োৱে।যোৱা নিশা এই দুর্ঘটনা সংঘটিত হয়। উল্লেখ্য যে বিটিআৰৰ প্ৰধান বড়োৰ নিৰাপত্তাৰ সৈতে বিগত
পুনৰ সশস্ত্ৰ সংগঠনলৈ অসমৰ দুই তেজাল যুৱক।আলফা(স্বা)ত যোগদান কৰা দুই অসমীয়া যুৱক ক্ৰমে নৰেন মেচ আৰু পংকজ গগৈ।১৮ এপ্ৰিলত আলফা(স্বা)ৰ গোপন শিবিৰত উপস্থিত যুৱক দুজন।উল্লেখ্য যে নিষিদ্ধ সংগঠনত যোগদান কৰা যুৱক পংকজৰ ঘৰ নাহৰকটীয়াত আৰু নৰেনৰ ঘৰ শিৱসাগৰত। তাৎপৰ্যপূৰ্ণ কথা এই যে ,দুদিন পূৰ্বে তিনিচুকীয়া যুৱ কংগ্ৰেছৰ উপ-সভাপতি জনাৰ্দন গগৈয়ে