সোণাক্ষী সিনহাই অলপতে ছ’চিয়েল মিডিয়াত কেইখনমান ফটো শ্বেয়াৰ কৰিছিল, যাৰ পিছত অভিনেত্ৰীগৰাকীৰ বাগদানৰ খবৰ চাৰিওফালে উৰিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে, সোণাক্ষীয়ে এই ছবিবোৰ একে ধৰণে শ্বেয়াৰ কৰিছিল আৰু যি শিৰোনাম দিয়া হৈছিল, তেনে বাতৰি প্ৰচাৰ কৰাটো প্ৰয়োজনীয় আছিল। কিন্তু যেতিয়া আমি আপোনাক এই খবৰটো দিছিলো, আমি এটা ইংগিতও দিছিলো যে এইটো
Category: Assamese News
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি গুণোৎসৱ-২০২২ (তৃতীয় অংশ) ৰ বহি: মূল্যাংকণৰ এক এদিনীয়া প্ৰশিক্ষণ অনুষ্টিত হৈ যায়। লখিমপুৰ জিলা সমগ্ৰ শিক্ষা মিছনৰ উদ্যোগত আয়োজিত এই প্ৰশিক্ষণ কাৰ্য্যসুচী উদ্ধোধন কৰে লখিমপুৰ জিলাৰ উপায়ুক্ত সুমীত সাত্তাৱনে। লখিমপুৰ জিলাৰ উন্নয়ন আয়ুক্ত মনোজ কুমাৰ বৰুৱা আৰু লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাৰ উপস্তিতিত উদ্দেশ্য
মৰিয়নিৰ তথা সমগ্ৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে এগৰাকী যুৱতীয়ে। মৰিয়নি সমষ্টিৰ এক ভিতৰুৱা অঞ্চল চেলেং ইটাখোলাৰ প্ৰিয়ংকা মাঝি নামৰ যুৱতীগৰাকী আমন্ত্ৰিত হৈছে ডুবাইত অনুষ্ঠিত হব লগা আন্তঃৰাষ্ট্ৰীয় মোৱাই-থাই কিক বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে। মনকৰিবলগীয়া আৰ্থিকভাবে স্বচ্ছল নোহোৱাৰ বাবেই প্ৰিংয়কাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহনৰ বাবে আমন্ত্ৰণ লাভ
অ’লা আৰু উবেৰকে ধৰি কেব পৰিচালকসকলক তেওঁলোকৰ বুকিং প্ৰণালী উন্নত নকৰালৈকে আৰু গ্ৰাহকৰ বৰ্ধিত অভিযোগবোৰ নিষ্পত্তি নকৰালৈকে সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিলে চৰকাৰী কৰ্তৃপক্ষই। অন্যথা তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা। চৰকাৰে আজি ৰাইড-হাইলিং প্লেটফৰ্মৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে, যাৰ ভিতৰত আছে ৰাইড বাতিলকৰণ নীতিকে ধৰি গ্ৰাহকৰ অসুবিধা
তিনিচুকীয়াৰ কাকপথাৰত চাঞ্চল্যকৰ ঘটনা।চাৰি বছৰীয়া সন্তানক এৰি এইবাৰ পিতৃ-মাতৃ দুয়ো একেলগে আলফালৈ যোৱাৰ সন্দেহ।কাকপথাৰৰ ১ নং চেলেংগুৰি গাঁৱৰ অচ্যুত নেওগ আৰু মমতা নেওগ নামৰ স্বামী-স্ত্ৰীয়ে আলফা স্বাধীনলৈ যোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে,বিগত ৫ মে’ তাৰিখে ডিৰাক কপাহতলিৰ পৰা চেলেংগুৰি গাঁৱৰ মুল ঘৰখনলৈ দুয়োগৰাকী আহিছিল আৰু সেইদিনাই ঘৰৰ পৰা ওলাই গৈছিল।সেই ওলাই