বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে নহয়, ইয়াকে লৈ দিল্লী উচ্চ ন্যায়ালয়ে (Delhi High Court) কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে। উচ্চ ন্যায়ালয়খনৰ দুই ন্যায়াধীশৰ বিচাৰপীঠে বৈবাহিক ধৰ্ষণৰ ওপৰত পৃথক ৰায় দিয়ে। এনে পৰিপ্ৰেক্ষিতত এই বিষয়টোৰ ওপৰত কোনো নিৰ্দিষ্ট মত পোৱা নগ’ল। ন্যায়াধীশ ৰাজীৱ শাকধৰে (Justice Rajiv Shakdher) বৈবাহিক ধৰ্ষণক অপৰাধ বুলি
Category: Assamese News
বিতৰ্কৰ আৱৰ্তত নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভা। প্ৰৱঞ্চনাৰে ধন আত্মসাত্ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে। এইলৈ এতিয়া এতিয়া তোলপাৰ লাগিছে ৰাজ্য। ঘটনাৰ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, ‘প্ৰমাণ পালে ব্যৱস্থা পালে লোৱা হ’ব জোনমণি ৰাভাৰ বিৰুদ্ধে। আৰক্ষী বিষয়া বুলি
বুলডোজাৰ, আৰক্ষীৰে হতা-হতি, আটকৰ ঘটনাত উত্তপ্ত দিল্লী।আকৌ চৰ্চালৈ আহিছে শ্বাহিন বাগ। ‘কা’ বিৰোধী আন্দোলনৰ সময়ত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱা শ্বাহিন বাগ আজি পুনৰ উত্তপ্ত হৈ পৰে। দিল্লীৰ জাহাংগীৰপুৰীত হনুমান জয়ন্তীৰ শোভাযাত্ৰাকলৈ সৃষ্টি হোৱা অস্থিৰতাৰ পিছত পৌৰ নিগমৰ উচ্ছেদ অভিযানক লৈ উত্তেজনাৰ সৃষ্টি হয় শ্বাহিন বাগত। আজি শ্বাহিন বাগত প্ৰশাসনে
হিন্দুত্বকলৈ দেশৰ একাংশ লোকে এক প্ৰকাৰৰ উন্মাদনাৰ সৃষ্টি কৰাৰ সময়তে।এক ব্যঙ্গাত্মক টুইট পোষ্ট কৰি টিএমচিৰ উপ-সভাপতি যশোৱন্ত সিনহা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।সোমবাৰে যশোৱন্ত সিনহাই কয় যে ভাৰতক “হিন্দু ৰাষ্ট্ৰ” হিচাবে ঘোষণা কৰা উচিৎ আৰু আন সকলো ধৰ্মনিষিদ্ধ কৰক। তেতিয়াহে দেশৰ সকলো সমস্যাৰ সমাধান হ’ব পাৰে। “তেওঁ তেওঁৰ টুইটত লগতে কয়,
বুধবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত স্বাক্ষৰিত হ’ল এক ঐতিহাসিক বুজাবুজিৰ চুক্তি ৷ টাটা টেকন’লজী আৰু অসম চৰকাৰৰ মাজত স্বাক্ষৰিত হয় এই চুক্তি ৷ ইয়াৰ জৰিয়তে অসমত স্থাপন হ’ব ৩৪খন পলিটেকনিক আৰু ৪৩খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ৷ এই কাৰ্যত ব্যয় হ’ব ২৩৯০ কোটি টকা। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত চুক্তিৰ