অসমত ফুটবলৰ প্ৰসাৰৰ বিষয়ে আলোচনাৰ বাবে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জনতা ভৱনত সাক্ষাৎ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে । ভাৰতীয় ফুটবলৰ শীৰ্ষ ক্লাব হিচাপে বৰ্তি থকাৰ বাবে মুখ্যমন্ত্ৰীৰ অনুৰোধ মৰ্মে ইণ্ডিয়ান ছুপাৰ লীগত প্ৰতিদ্বন্দ্বিতা কৰা অভিনেতাগৰাকীৰ ‘নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব’ৰ বাবে কিছু চৰকাৰী সাহায্যৰ দিশত মুখ্যমন্ত্ৰীয়ে
Category: Assamese News
বুধবাৰে বৰপেটাৰ ভেল্লাৰ কালজাহী ৰিজাৰ্ভত দুটা ফৈদৰ মাজত সংঘটিত হয় তুমুল সংঘৰ্ষ ৷ দা-কুঠাৰ, যাঠি-জোং লৈ আক্ৰমণ-প্ৰত্যাক্ৰমণ দুয়ো পক্ষৰ ৷ খিলঞ্জীয়া মুছলমান আৰু বংগ মূলীয় মুছলমানৰ মাজত সৃষ্টি হয় এই সংঘৰ্ষৰ ৷ সংঘৰ্ষত দুয়ো পক্ষৰ কেবাজনো লোক আহত হৈছে ৷ সংঘৰ্ষত আহতসকলক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ৷
শিৱসাগৰ আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই হানি ট্ৰেপিঙৰ দুই মাষ্টাৰ মাইণ্ডক আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন হানি ট্ৰেপাৰ দুটা ক্ৰমে দিপাঙ্কৰ দাস আৰু অমৰদ্বীপ দাস বুলি জানিব পৰা হৈছে । দিপাঙ্কৰ দাস আৰু অমৰদ্বীপ দাসে ৰুবুল আলি নামৰ আন এটা হানি ট্ৰেপাৰৰ সহযোগত ১৯ ডিচেম্বৰত এজন যুৱকৰ অশ্লীল ফটো আৰু ভিডিঅ’
শ্ৰমিক সকলৰ অধিকাৰ, প্ৰাপ্য, ন্যায় বিভিন্ন সময়ত এইবোৰ খৰ্ব কৰা পৰিলক্ষিত হয় | প্ৰাপ্য মজুৰিৰ পৰা বিভিন্ন সময়ত শ্ৰমিক সকল বঞ্চিত হ’বলগীয়া হয় | বছৰৰ এটা দিন অৰ্থাৎ ১ মে’ তাৰিখে যেন শ্ৰমিক সকলৰ পক্ষ্যত মাত মাতিবলৈ মন্ত্ৰী-বিধায়ক সকলে মঞ্চত উদ্দান্ত ভাষণ প্ৰদান কৰে | আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে
সুকেশ চন্দ্রশেখৰৰ সৈতে সম্বন্ধ ৰখাৰ অভিযোগত এনফৰ্চমেণ্ট ডাইৰেক্টৰেট (ইডি)এ এইবাৰ তলব কৰিল শ্রীলংকান অভিনেত্রী জেকুলিন ফার্নাণ্ডেজ। জনা মতে, প্রায় চাৰে সাত কোটি টকাৰ অবৈধ সম্পত্তিৰ মালিকীস্বত্ত্ব আছে তেওঁৰ হাতত। ইয়াৰে ৫ কোটি ৭১ লাখ টকাৰ সম্পদ সুকেশে উপহাৰ দিছিলে, ক’লা টকা বগা কৰিবলৈ। কেৱল সেয়াই নহয়, সুকেশে জেকুলিনৰ পৰিয়ালৰ সদস্যৰ