গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত অনুভূত হয় জোকাৰণি। অকল অসমতে নহয়, মেঘালয় আৰু বাংলাদেশতো অনুভূত হৈছে জোকাৰণি। নিশা ১০ বাজি ২২ মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পটোৰ প্ৰাৱল্য ৪.২ ৰিখটাৰ স্কেল বুলি National Center for Seismologyএ প্ৰকাশ কৰিছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত অনুভূত হয় জোকাৰণি। অকল অসমতে নহয়, মেঘালয়
Category: Assamese News
গোবিনপুৰ মডেল এ ডব্লিউ চি আৰু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক আৰু অংগনবাড়ী কৰ্মীৰ সৈতে মত বিনিময় কৰিলে মন্ত্ৰীগৰাকীয়ে গড়মূৰত বিকশিত ভাৰত – ৰোজগাৰ আৰু অজীৱিকা মিছনৰ নিশ্চয়তা – গ্ৰামীণ (ভিবি-জি ৰেম-জি) বিষয়ক আলোচনা চক্ৰত কৰিলে অংশগ্ৰহণ কেন্দ্ৰীয় গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কমলেশ পাছোৱানে ২০২৬ চনৰ ২৫ ফেব্ৰুৱাৰীত মাজুলী
ইণ্ডিয়া এ আই ইম্পেক্ট ছামিটত অসমৰ আখৰ এ আই বিশ্বায়নৰ যুগত মাতৃভাষা অসমীয়াৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ অর্থে ডিজিটেল জগতত ভাষাৰ আধিপত্য বিস্তাৰ কৰাৰ লগতে ভাষাৰ ব্যৱহাৰযোগ্যতা বৃদ্ধিৰ অর্থে জনসাধাৰণৰ বাবে ভাষাটো সহজলভ্য কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। এই লক্ষ্য অগত ৰাখি অসমীয়া ভাষাৰ বাবে অসমত উদ্ভাৱিত প্ৰকল্প “আখৰ এ আই”-এ
স্বচ্ছ-নিকা নিযুক্তিৰ শ্ল’গানক হাতীৰ দেখুৱা দাঁত আখ্যা বিদ্যুৎ শইকীয়াৰ। *গুৱাহাটী, ১৬ ফেব্ৰুৱাৰীঃ* এ পি এছ চি ২০২৪ বৰ্ষৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ এঘণ্টাৰ পাছতে ঘোষিত ফলাফল আসোঁৱাহপূৰ্ণ হোৱা বুলি পুনৰ বাতিল কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। এক বিবৃত্তিত শইকীয়াই এনে কাণ্ডত
৫৫ নং ধিং বিধানসভা সমষ্টিত আগন্তুক বিধানসভা নির্বাচন যিমানেই চমু চাপি আহিছে, সিমানেই ৰাজনৈতিক তৎপৰতা তীব্ৰ ৰূপ ধাৰণ কৰিছে। এই পৰিপ্ৰেক্ষিতত ৰাইজৰ দলেও সমষ্টিটোত দলীয় সংগঠন অধিক শক্তিশালী কৰি তুলিবলৈ ব্যাপক প্ৰচাৰ আৰু সভা-সমিতিৰ জৰিয়তে তৎপৰতা বৃদ্ধি কৰিছে। ঘৰে ঘৰে প্ৰচাৰ অভিযানৰ নেতৃত্ব দিছে ৰাইজৰ দলৰ মুখপাত্র তথা যুৱনেতা