◾️ আজি ৰাজ্যত ঘোষণা হ’ব ক’ভিডৰ নতুন SOP ◾️ বহু ক্ষেত্ৰত ক’ভিড নিৰ্দেশনা শিথিল কৰাৰ সম্ভাৱনা ◾️ দোকান-পোহাৰ খোলা ৰখাৰ সময় বৃদ্ধিৰ সম্ভাৱনা ◾️ সন্ধিয়া ৬ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ
Category: Assamese News
ৰঙিয়াৰ তৰণীত এগৰাকী নৱ বিবাহিতা মহিলাক যৌতুকৰ বাবে হত্যাৰ অভিযোগ মহিলাগৰাকীৰ মাতৃ গৃহৰ লোকৰ। ঘটনাটো সংঘটিত হয় যোৱা ৫ তাৰিখে। হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ মৃত
বিটিআৰৰ কাৰ্যবাহী সদস্য উইলছন হাজদাই শুকুৰবাৰে হঠাতে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা সদৰস্থিত ১৯৮৬ চনতে স্থাপিত আই টি আই পৰিদৰ্শন কৰি অভাৱ অভিযোগৰ বুজ লোৱাৰ লগতে সাংবাদিকক সম্বোধন কৰি কয় বিটিআৰ,
ন্যায্য প্রাপ্যৰ দাবীত বুধবাৰে মহানগৰীৰ বেজবৰুৱা চ’ক (গুৱাহাটী ক্লাব ৰ’টাৰী)ত সদৌ অসম মধ্যাহ্ণ ভোজন কর্মচাৰীৰ বেনাৰত ৰন্ধন কর্মচাৰীসকলে প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী কার্যসূচীৰ অন্তত ৰাজ্য চৰকাৰলৈ প্রেৰণ কৰা অনুৰোধ তথা
ৰাজ্যৰ প্রি–ছিনিয়ৰ আৰু ছিনিয়ৰ মাদ্রাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ পাছত মাদ্রাছা টেট উত্তীর্ণ কোনো প্রার্থীক শিক্ষক পদত নিযুক্তি দিয়া নহয়৷ বৃহস্পতিবাৰে এই কথা বিধানসভাত স্পষ্ট কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷