গুৱাহাটী, আগষ্ট ১: শিশু, কিশোৰ আৰু যুব প্ৰজন্মক যি কোনো প্ৰকাৰৰ ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰীৰ তীব্ৰ বিৰোধিতা কৰিছে অসম চেম্বাৰ অফ কমাৰ্চ, কনজিউমাৰ ভয়েছ, নতুন দিল্লী আৰু কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমে। সংগঠন তিনিটাই চিগাৰেট এণ্ড আডাৰ টবাকো প্ৰডাক্ট এক্ট-২০০৩ (কটপা) আইনখন কঠোৰ ভাবে বলবৎ কৰাৰ লগতে শিক্ষানুষ্ঠানৰ
Category: Assamese News
স্বদেশলৈ উভতিয়েই দেশবাসীক ক্ষমা প্ৰাৰ্থনা কৰিলে ছবাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে। ভাৰতত ুপস্থিত হৈয়েই মেৰীয়ে সেমেকা চকুৰে ক’লে- খালী হাতেৰে উভতি আহি মই দুঃখিত, মই পদক জয় কৰিবলৈ গৈছিলোঁ, কিন্তু নোৱাৰিলোঁ। মোক সমগ্ৰ দেশবাসীয়ে যি ধৰণে সমৰ্থন জনাইছিল তাৰ বাবে মই চিৰকৃতজ্ঞ। মই দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ। দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান
বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌখোৱা গড়কাপ্তানি পথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ভাঙা চিঙা কঢিয়াই নিয়া মালবাহী টেম্পু এখনে মাণিকপুৰৰ চকিহালী অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা বাইক এখনে মুখামুখী খুন্দা মৰাৰ ফলত বাইকৰ চালক থিতাতে নিহত হয়। নিহত ব্যক্তি জন মাণিকপুৰ থানাৰ অন্তৰ্গত ঝাউবাৰী
শুকুৰবাৰে ঘোষণা কৰা হৈছিল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ক’ভিডকালীন জটিলতাৰ বাবে বাতিল কৰা হৈছিল লিখিত পৰীক্ষা। বিশেষ মূল্যায়নৰ ভিত্তিত ঘোষণা কৰা হয় ফলাফল। পৰীক্ষাৰ ফলাফলত অসন্তুষ্ট পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ পৰীক্ষাৰ আয়োজন কৰিব ছেবাই। আজি এই কথা সদৰী কৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে। অহা ৫ আগষ্টৰ পৰা আবেদন প্ৰক্ৰিয়া
অহা সোমবাৰে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব থাওৰা সমষ্টিৰ কংগ্রেছ বিধায়ক সুশান্ত বৰগোহাঁয়ে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি বিজেপি নেতৃত্বৰ উপস্থিতিত বিধায়ক বৰগোহাঁয়ে বিজেপিৰ সদস্য পদ গ্রহণ কৰিব৷ ইতিমধ্যে বৰগোহাঁয়ে কংগ্রেছৰ প্রাথমিক সদস্য পদ ত্যাগ কৰি শনিবাৰে গুৱাহাটী অভিমুখে ৰাওনা হয়৷ এই সম্পর্কত সংবাদ মাধ্যমৰ