Category: Assamese News

ৰঙিয়াত মহিলাই জন্ম দিলে চাৰিটাকৈ সন্তান

ৰঙিয়াত মহিলাই জন্ম দিলে চাৰিটাকৈ সন্তান

ৰিজাউল হাচান, ৰঙিয়া:  ৰাজ্যজুৰি ভুমিকম্পৰ জোকাৰণিয়ে আতংকিত কৰাৰ সময়তে ৰঙিয়াৰ স্বস্তি হস্পিতালত সংঘটিত হৈছে বিৰল ঘটনা । এগৰাকী প্ৰসুতি মহিলাই জন্ম দিলে চাৰিটিকৈ সন্তান । ধুবুৰীৰ এই প্ৰসুতি মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি চিকিৎসালয় খনৰ জ্যেষ্ঠ চিকিৎসক হিতেন্দ্ৰ কলিতাৰ তত্বাৱধানত চিকিৎসা গ্ৰহণ কৰি আছিল । বুধবাৰে মহিলাগৰাকীয়ে জন্ম দিলে দুজনী কন্যা সন্তানৰ

নৈশ সান্ধ্য আইনৰ সময়ত কোনে পাৰিব চলাচল কৰিব?

নৈশ সান্ধ্য আইনৰ সময়ত কোনে পাৰিব চলাচল কৰিব?

আজিৰ পৰা অসমত ঘোষণা কৰা হ’ল নৈশ সান্ধ্য আইন। নিশা ৮ বজাৰ পৰা ৫ বজালৈ ঘোষণা কৰা সান্ধ্য আইনৰ সময়ত এই সেৱাসমূহ চলি থাকিব। ১) জৰুৰীকালীন সেৱা যেনে, স্বাস্থ্যসেৱা, পৰিয়াল কল্যাণ, গৃহৰক্ষী, অগ্নিনিৰ্বাপক, বিদ্যুত, পানী যোগান, ছেনিটাইজেচন আদি। ২) চিকিতসক, নাৰ্ছ বা স্বাস্থ্যকৰ্মীসকলে এই সময়ছোৱাত চলন ফুৰণ কৰিব পাৰিব ।

আজিৰ পৰা অসমত সান্ধ্য আইন

আজিৰ পৰা অসমত সান্ধ্য আইন

ক’ৰোনা পৰিস্থিতিক লৈ সান্ধ্য আইন ঘোষণা কৰা হ’ল অসমত। কালি ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ৩০০০ৰ সীমা স্পৰ্শ কৰাত যাৱতীয় সাৱধানতা অৱলম্বনৰ বাবে  সান্ধ্য আইন ঘোষণা কৰে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ঘোষণা কৰা এই সান্ধ্য আইন আজি সন্ধিয়া ৮ বজাৰ পৰা জৰুৰীভাৱে কাৰ্যকৰী হ’ব। নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ

ONGCৰ ৩ কৰ্মচাৰীৰ অপহৰণ কাণ্ডত জড়িত আৰক্ষী! এজন আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ

ONGCৰ ৩ কৰ্মচাৰীৰ অপহৰণ কাণ্ডত জড়িত আৰক্ষী! এজন আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ

ONGCৰ তিনি কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ চাঞ্চল্যকৰ তথ্য। অপহৰণ কাণ্ডত স্বয়ং আৰক্ষী জড়িত থকাৰ অভিযোগ। গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল। ৰাজ্য কপোৱা অপহৰণ কাণ্ডটোত জড়িত থকাৰ অভিযোগত পলাতক হৈ থকা কনিষ্টবল বসন্ত বুঢ়াগোহাইক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ২৫ APBNৰ জোৱান বসন্ত বুঢ়াগোহাইক শদিয়াৰপৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। উল্লেখ্য যে  মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক

দুই লাখ টকা যৌতুক নাপাই মানকাচৰত গর্ভৱতীক বর্বৰোচিত হত্যা

দুই লাখ টকা যৌতুক নাপাই মানকাচৰত গর্ভৱতীক বর্বৰোচিত হত্যা

দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ কঁঠালবাৰীত আজি পুৱা এগৰাকী গর্ভৱতী মহিলাৰ মৃতদেহ স্বামীগৃহত উদ্ধাৰ হোৱাৰ বিপৰীতে স্বামীসহ স্বামীৰ পৰিয়ালৰ সকলো সদস্যই ঘৰৰ পৰা প্রয়োজনীয় সামগ্রী লৈ পলায়ন কৰে৷ ঘটনাটোত অঞ্চলজুৰি তীব্র চাঞ্চল্য সৃষ্টি হৈছে৷ উল্লেখ্য যে প্রায় ৯ মাহ পূর্বে কঁঠালবাৰী গাঁৱৰ প্রয়াত ওচমান শ্বেখৰ কন্যা খালিদা বেগমক (২২)