Category: Assamese News

‘জনতা কাৰ্ফিউ’ৰ আজি এটা বছৰ:কৰ’নাক খেদিবলৈ বাজিছিল কাঁহী-বাতি, ঢোল-তাল

‘জনতা কাৰ্ফিউ’ৰ আজি এটা বছৰ:কৰ’নাক খেদিবলৈ বাজিছিল কাঁহী-বাতি, ঢোল-তাল

মহামাৰী কৰ’নাক প্ৰতিহত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ‘জনতা কাৰ্ফিউ’ৰ আজি এটা বছৰ সম্পূৰ্ণ হ’ল।আজিৰ দিনটোতেই ঘোষণা কৰা হৈছিল ‘জনতা কাৰ্ফিউ। জনতা কাৰ্ফিউৰ সময়ত জৰুৰীকালীন সেৱাত জড়িত ব্যক্তিসকল যেনে আৰক্ষী,চিকিৎসা কৰ্মীকে আদি

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক পুনৰ আছুৰ মুখ্য উপদেষ্টাৰ দায়িত্ব

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক পুনৰ আছুৰ মুখ্য উপদেষ্টাৰ দায়িত্ব

ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক পুনৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাৰ দায়িত্ব প্ৰদান কৰা হৈছে। গুৱাহাটী বিশ্ব বিদ্যালয়ত অনুষ্ঠিত আছুৰ কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত লোৱা হয়। লগতে উদ্দীপ্ত জ্যোতি গগৈ আৰু প্ৰকাশ

আদিল হুছেইন, দীপক কুমাৰ বৰঠাকুৰ–সুৰথ নার্জাৰীক প্রদান পিএইচডি

আদিল হুছেইন, দীপক কুমাৰ বৰঠাকুৰ–সুৰথ নার্জাৰীক প্রদান পিএইচডি

 কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চতুর্থ দীক্ষান্ত সমাৰোহ দেওবাৰে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহত অনুষ্ঠিত হয়৷ এই দীক্ষান্ত সমাৰোহত ২০১৯–২০ বর্ষৰ মুঠ ১৬,৩৮১গৰাকী শিক্ষার্থীক স্নাতক, স্নাতকোত্তৰ ডিগ্রীৰ লগতে ডিপ্ল’মা প্রদান

বিশ্বত চতুর্থ শক্তিশালী সামৰিক বাহিনী ভাৰতৰ: শীর্ষত চীনৰ সেনা

বিশ্বত চতুর্থ শক্তিশালী সামৰিক বাহিনী ভাৰতৰ: শীর্ষত চীনৰ সেনা

প্রতিৰক্ষা ৱেবছাইট ‘মিলিটাৰী ডাইৰেক্ট’ৰ শেহতীয়া সমীক্ষা অনুসৰি বর্তমান বিশ্বৰ সেনা শক্তিত চতুর্থ স্থানত আছে ভাৰত৷ ইফালে, আটাইতকৈ শক্তিশালী সামৰিক বাহিনী হিচাপে চিহ্ণিত হৈছে চীনৰ সেনা৷ দেওবাৰে ৱেবছাইটটোৱে শেহতীয়া সমীক্ষাৰ প্রতিবেদন

চাহ শ্ৰমিকৰ মাজত ব্যতিক্ৰমী ৰূপত আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্ত

চাহ শ্ৰমিকৰ মাজত ব্যতিক্ৰমী ৰূপত আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্ত

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগেই ব্যস্ততা বাঢ়িছে দলীয় নেতা-কৰ্মী, প্ৰাৰ্থীৰ। অনুৰূপ দৃশ্য ১০৩ নং আমগুৰি বিধান সভা সমষ্টিতো। তাৰ মাজতে এক ব্যতিক্ৰমী পৰিবেশত দেখা গ’ল আমগুৰিৰ