Category: Assamese News

জি এম চি এইচত লুৰীণজ্যোতি গগৈ:আসন বুজাবুজিৰ ক্ষেত্ৰত অখিল গগৈৰ সৈতে বহিব আলোচনাত

জি এম চি এইচত লুৰীণজ্যোতি গগৈ:আসন বুজাবুজিৰ ক্ষেত্ৰত অখিল গগৈৰ সৈতে বহিব আলোচনাত

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ।ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে আলোচনাত বহিব লুৰীণজ্যোতি গগৈ। দুয়োগৰাকী নেতা চিকিৎসালয়তে এক বৈঠকত মিলিত হ’ব।বৰ্তমানে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে অখিল গগৈ।হাস্পতালতেই কোন ঠাইত প্ৰাৰ্থীত্ব কোনে পাব আৰু আসন ভাগ কৰাৰ প্ৰসংগত আলোচনা হ’ব। সভাপতি অখিল

গোঁসাইগাঁৱত নবগঠিত ডিজিটেল মিডিয়া প্রেছ ক্লাৱৰ শপত গ্ৰহণ

গোঁসাইগাঁৱত নবগঠিত ডিজিটেল মিডিয়া প্রেছ ক্লাৱৰ শপত গ্ৰহণ

শ্রীৰামপুৰ, ২৮ফেব্ৰুৱাৰী: কোকৰাঝাৰ জিলা ৰ গোঁসাইগাঁৱত সদ্যহতে নিউজ প’ৰ্টেলৰ সাংবাদিক সকলে গোঁসাইগাঁৱ ডিজিটেল মিডিয়া প্রেছ ক্লাৱ নামাকৰণ কৰি এটি সংগঠনৰ জন্ম দিয়ে। প’ৰ্টেলৰ সাংবাদিক ৰফিকুল ইছলামক সভাপতি আৰু দানছাৰাং ব্রহ্মক সাধাৰণ সম্পাদক হিচাপে লৈএগাৰ জনীয়া সদস্য সম্বলিত  গঠন কৰা ডিজিটেল প্রেছ ক্লাৱৰ বিষয়ব্বীয়া আৰু সদস্য সকলে আজি দিনৰ এগাৰ বজাত

প্ৰধানমন্ত্ৰীয়ে ডিঙিত গামোচা লৈ এইমছত ল’লে ক’ৰোনা ভেকচিনৰ প্ৰথমটো ড’জ

প্ৰধানমন্ত্ৰীয়ে ডিঙিত গামোচা লৈ এইমছত ল’লে ক’ৰোনা ভেকচিনৰ প্ৰথমটো ড’জ

দেশত আজিৰে পৰা আৰম্ভ হোৱা ক’ৰোনা ভেকচিন প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনটোত দিল্লীৰ এইমছত ক’ৰোনা ভেকচিন ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ক’ৰেনা ভেকচিনৰ প্ৰথমটো ড’জ লোৱা অৱস্থাত প্ৰধানমন্ত্ৰীগৰাকীৰ ডিঙিত আছিল অসমৰ ফুলাম গামোচা। মোদীয়ে টুইট কৰি ভেকচিন লোৱাৰ সংবাদ দিয়ে দেশবাসীক। তেওঁ ক’ৰোনা ভেকচিন প্ৰদান কাৰ্যত জড়িত দেশৰ চিকিৎসক, গৱেষকসকলক ভূয়সী

পুনৰ বৃদ্ধি ৰন্ধন গেছৰ মূল্যঃ আজিৰ পৰা এই দামত কিনিব লাগিব চিলিণ্ডাৰ…

পুনৰ বৃদ্ধি ৰন্ধন গেছৰ মূল্যঃ আজিৰ পৰা এই দামত কিনিব লাগিব চিলিণ্ডাৰ…

আকৌ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। পেট্ৰ’ল–ডিজেলৰ লগতে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামো। পৰ্যায়ক্ৰমে ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে। মাহৰ আৰম্ভণিতে মাজনিশা পুনৰ দাম বৃদ্ধি কৰা হ’ল। আচলতে, আগৰ ২৫ টকা বৃদ্ধিৰ চাৰি দিন পিছত, গেছৰ মূল্য পুনৰ আজি বৃদ্ধি পালে। ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য দেওবাৰে মাজনিশা

আসন বুজাবুজিঃ জি এম চি এইচত অখিল গগৈৰে বৈঠকত লুৰিণজ্যোতি, অৰবিন্দ কেজৰিৱালৰ ল’ব সহায়

আসন বুজাবুজিঃ জি এম চি এইচত অখিল গগৈৰে বৈঠকত লুৰিণজ্যোতি, অৰবিন্দ কেজৰিৱালৰ ল’ব সহায়

নিৰ্বাচনক লৈ প্ৰতি দলৰ মিত্ৰজোঁটৰ মাজত চলিছে আসনৰ ভাগ-বাটোৱাৰাক লৈ বৈঠক। আজি অগপ আৰু বিজেপিৰ মাজত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত বৈঠক হোৱাৰ বিপৰীতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ লগৰ সভাপতি অখিল গগৈৰ মাজতো হয় আলোচনা। কাৰাৰুদ্ধ অখিল গগৈক আজি জি এম চি এইচত সাক্ষাতৰ বাবে