fbpx

ULFA আৰু কুইপ’ৰ আলোচনা সফল:৫ হাজাৰ যুৱকক দিব চাকৰি,ঘূৰি আহিব কুইপ’ৰ অপহৃত কৰ্মচাৰী

আলফা স্বাধীন আৰু কুইপ’ৰ মাজৰ আলোচনা সফল পৰিসমাপ্তি।

আলোচনা ইতিবাচক দিশতআলোচনা ইতিবাচক দিশত।

আলোচনাৰ মধ্যস্থতাকাৰী কৌশিক ফুকনে জানিবলৈ দিছে এই তথ্য।

কুইপ’-এ অসমৰ ৫ হাজাৰ অভিযান্ত্ৰিক স্নাতক যুৱকক দিব চাকৰি।
অতি সোনকালে ঘূৰি আহিব কুইপ’ৰ দুই অপহৃত কৰ্মচাৰী প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ।

অপহৃত কুইপ’ৰ দুই বিষয়া কুশলে উভতি আহিব৷

error: Content is protected !!
%d bloggers like this: