কামৰূপ (ম) জিলাৰ জিলা উন্নয়ন কমিটীৰ জানুৱাৰী মাহৰ সভাখন আজি জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ বিভিন্ন বিভাগৰ অধীনত ৰূপায়িত হৈ থকা কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম–কাজৰ অগ্রগতিৰ বিষয়ে আলোচনা হয়৷ সভাত জিলাৰ উপায়ুক্ত পেগুৱে বিভাগসমূহৰ উন্নয়নমূলক
Category: Assamese News
এতিয়াও আলফাৰ জিম্মাতে আছে দিল্লীৰ কুইপ অইল এণ্ড ইনফ্রাষ্ট্রাকচাৰ লিমিটেডৰ অভিযন্তা প্রণৱ কুমাৰ গগৈ আৰু ৰেডিঅ’ অপাৰেটৰ ৰাম কুমাৰ। দুয়োগৰাকী কৰ্মচাৰীক মুক্তি দিয়া বুলি আজি কিছু সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ পিছতে আজি নিউজ লাইভৰ চীফ মেনেজিং এডিটৰ ছৈয়দ জাৰিৰ হুছেইনৰে হোৱা বাৰ্তালাপৰ সময়ত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কৰ্মচাৰী
উৰুকালৈ মাজত মাত্ৰ 1দিন থকাৰ সময়তে বাৰ্ড-ফ্লুৰ আশংকাত ৰাজ্যৰ পশুপালন বিভাগে জাৰি কৰিছে এক কঠোৰ নিৰ্দেশ। এই নিৰ্দেশনা অনুসৰি, অসমলৈ বহিঃৰাজ্যৰ পৰা মাংস আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সময়খিনিত যাতে দুষ্ট চক্ৰই সুযোগ বুজি মূল্যবৃদ্ধি কৰিব নোৱাৰে তাৰপ্ৰতিও দৃষ্টি ৰাখিব বুলি কৈছে পশুপালন বিভাগে। দেশৰ ৬ খন ৰাজ্যত
এয়াৰ ইণ্ডিয়াৰ মহিলা পাইলটৰ এটা দলে পুনৰ এবাৰ ৰচিলে ইতিহাস। মহিলা পাইলটৰ দলটোৱে নৰ্থ প’লৰ ওপৰেৰে বিশ্বৰ আটাইতকৈ দীঘলীয়া বিমানপথ অতিক্ৰম কৰিলে। এই মহিলা পাইলটৰ দলটোৱে ছান ফ্ৰান্সিছকোৰ পৰা ১৬,০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ৯ জানুৱাৰীত উপস্থিত হয় বেংগালুৰুত। ১৬ হাজাৰ কিলোমিটাৰৰ দূৰত্বৰ এই যাত্ৰাৰ নেতৃত্ব লয় কেপ্টেইন জয়া আগৰৱালে।
উজনিৰ পিছত এইবাৰ অসম জাতীয় পৰিষদৰ লক্ষ্য নামনি অসম ৷ দেওবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, জগদীশ ভূঞাসহ জাতীয় পৰিষদৰ নেতৃত্ব উপস্থিত হয় বৰপেটাত। গুৱাহাটীৰ পৰা বৰপেটাৰ চেঙাত উপস্থিত হোৱা লুৰিণজ্যোতি গগৈয়ে চেঙাত শ্বহীদবেদীত মাল্যাৰ্পণ কৰাৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, বিজেপি বিৰোধী হ’লেও কোনো ৰাষ্ট্ৰীয় দলৰ