অৱশেষত যেন গা লৰিল দিছপুৰ আৰক্ষীৰ ৷মহানগৰীৰ মাজমজিয়াৰ বেলতলা বজাৰত দীৰ্ঘদিন ধৰি ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ কৰাৰ নামত ভয়- ভাবুকি দি অহা পাঁচজনীয়া যুৱকৰ দল এটিক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷সপ্তাহত বৃহস্পতিবাৰ আৰু দেওবাৰে বহা বেলতলা বজাৰত বিভিন্ন থলুৱা শাক-পাচলি আৰু ভিন্ন সামগ্ৰী লৈ বজাৰলৈ আহে একাংশ
Category: Assamese News
৭ মাৰ্চৰ পৰা আৰম্ভ হোৱা হোলী অষ্টক ১৩ মাৰ্চত হোলিকা দাহনলৈকে চলিব। হোলিকা দাহনৰ লগে লগে শেষ হ’ব হোলী। ফাগুন মাহৰ শুক্লপক্ষৰ অষ্টমীৰ পৰা পূৰ্ণিমালৈকে ৮ তিথিক হোলী অষ্টক বুলি জনা যায়। এই সময়ছোৱাত কোনো শুভ কাম কৰা নহয়। এই বছৰৰ শেষত ৫টা ৰাশিৰ লোকে সাৱধান হ’ব লাগে। কাৰণ এই
ধৰ্মীয় দৃষ্টিকোণৰপৰা গ্ৰহণৰ ঘটনাটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ইয়াক জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা বুলি কোৱা হয়। হিন্দু ধৰ্ম আৰু জ্যোতিষত এই গ্ৰহণ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। গ্ৰহণৰ সময়ক অশুভ বুলি গণ্য কৰা হয়, গতিকে সূৰ্যগ্ৰহণৰ সময়ত কোনো শুভ কাম কৰা নহয়। ২০২৫ চনৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ
অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে সোমবাৰে দাখিল কৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটখন ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন, নিযুক্তি সৃষ্টি আৰু ঔদ্যোগিক সম্প্ৰসাৰণৰ বাবে এক সাহসী আৰু দূৰদৰ্শী পদক্ষেপ হিচাপে পৰিগণিত হৈছে। বিত্তমন্ত্ৰী নেওগে এই বাজেটৰ জৰিয়তে অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰা, নিয়োগৰ সুযোগ বৃদ্ধি কৰা আৰু সামগ্ৰিকতাৰে উন্নয়নৰ একাধিক পৰিৱৰ্তনমূলক উদ্যোগ উন্মোচন কৰিছে।
অসমৰ সংগীত জগতৰ বাবে ইতিবাচক খবৰ। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলি উঠিল এটি অসমীয়া গীত! যোৱা ৯ মাৰ্চ তাৰিখে কলকাতাৰ স্বামী বিবেকানন্দ প্ৰেক্ষাগৃহত পঞ্চম আন্তঃৰাষ্ট্ৰীয় ষ্টাৰ চলচ্চিত্ৰ মহোৎসৱ (5th International Star Film Festival) অনুষ্ঠিত হয়। এই মহোৎসৱত এইবাৰ বিশিষ্ট সঙ্গীত পৰিচালক সলিল চৌধুৰীৰ শতবাৰ্ষিকী হিচাপে উদযাপন কৰি বটা প্ৰদান কৰাৰ লগতে