Category: Assamese News

বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীক বিমানবন্দৰতে কৰা হ’ব কোৰোণাৰ পৰীক্ষা, জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীক বিমানবন্দৰতে কৰা হ’ব কোৰোণাৰ পৰীক্ষা, জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যত ক্ৰমাত্‍ হ্ৰাস পাইছে কোৰোণাৰ সংক্ৰমণ। তাৰ মাজতে ৰাজ্য চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত। অহা সপ্তাহৰ পৰা অসম তথা উত্তৰ-পূৱৰ ভিতৰতে যাত্ৰা কৰিবলগীয়া ৰাজ্যৰ বিমানযাত্ৰীয়ে কৰিব নালাগে কোৰোণাৰ পৰীক্ষা। এই কথা

ৰাজধানী চহৰত প্ৰিয় কুকুৰৰ সোণৰ মূৰ্তি উন্মোচন কৰিলে তুৰ্কমেনিস্তানৰ প্ৰেছিডেণ্টে

ৰাজধানী চহৰত প্ৰিয় কুকুৰৰ সোণৰ মূৰ্তি উন্মোচন কৰিলে তুৰ্কমেনিস্তানৰ প্ৰেছিডেণ্টে

পোহনীয়া জন্তুৰ প্ৰতি ভালপোৱা হয়টো ইয়াকে কয়! তুৰ্কমেনিস্তানৰ ৰাজধানীৰ একেবাৰে মাজ মজিয়াত ৫০ ফুট উচ্চতাত  এটা কুকুৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। তুৰ্কমেনিস্তানৰ প্ৰেছিডেণ্টে নিজৰ প্ৰিয় পোহনীয়া কুকুৰটোৰ সোণৰ প্ৰতিমূৰ্তি উন্মোচন কৰি

ছিণ্ডিকেট আৰু অসাধু চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই সাংবাদিকক হত্যা কৰা হৈছেঃ গৌৰৱ গগৈ

ছিণ্ডিকেট আৰু অসাধু চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই সাংবাদিকক হত্যা কৰা হৈছেঃ গৌৰৱ গগৈ

‘বিজেপি চৰকাৰৰ দিনতেই অধিক দুৰ্নীতি হৈছে ৷ সকলো বস্তুটোৰে মূল্যবৃদ্ধি হৈছে ৷ আনকি বিজেপি চৰকাৰৰ দিনতেই ছিণ্ডিকেট আৰু মাফিয়াৰাজ অধিক চলিছে ৷ এইবোৰ কামত বিজেপিৰ বহু নেতা জড়িত৷ সেয়েহে এইবোৰৰ

ঘৰত জ্বলে মাত্ৰ দুটা বাল্ব, বিদ্যুতৰ বিল আহিল ৩৭ হাজাৰ টকা

ঘৰত জ্বলে মাত্ৰ দুটা বাল্ব, বিদ্যুতৰ বিল আহিল ৩৭ হাজাৰ টকা

শক্তি বিভাগৰ দ্বায়িত্বহীন কাণ্ড৷ চৰকাৰে যোগান ধৰা বিনামূলীয়া বিদ্যুৎ সংযোগ (বিপিএল) গ্ৰাহকক ৩৭ হাজাৰ টকা বিদ্যুৎৰ বিল প্ৰেৰণ কৰাত হতভম্ব হৈ পৰিছে দিন হাজিৰা কৰা এটা পৰিয়াল৷ দিন হাজিৰা কৰি

দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৮৯ লাখলৈ বৃদ্ধি

দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৮৯ লাখলৈ বৃদ্ধি

ভাৰতসহ বিশ্বৰ প্ৰায় ১৮০খন দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাই গৈ আছে। এতিয়ালৈকে সমগ্ৰ বিশ্বত এই ভাইৰাছত আক্ৰান্তৰ লোকৰ সংখ্যা ৫.৫৬ কোটিৰো অধিক আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ১৩.৩৭ লাখ