কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানৰ দেহাৱসান। বৃহস্পতিবাৰে দিল্লীৰ এখন ব্যক্তিগত চিকিত্সালয়ত শেষ নিশ্বাস ত্যাগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ টুইটাৰৰ জৰিয়তে জনাই তেওঁৰ পুত্ৰ চিৰাগ পাছোৱানে। ৰাম বিলাস পাছোৱান আছিল লোক জনশক্তি দলৰ প্ৰতিষ্ঠাপক। কিছুদিনপূৰ্বে হাৰ্ট চাৰ্জাৰী হোৱাৰ পিছত দিল্লীৰ এখন ব্যক্তিগত
Category: Assamese News
মটৰ পৰিবহণ সন্থাৰ চকা বন্ধ আন্দোলন প্ৰত্যাহাৰ। শুকুৰবাৰৰ পৰা ১০০ শতাংশ যাত্ৰীৰে চলিব যাত্ৰীবাহী বাছ। কিন্তু থিয় হৈ যাব নোৱাৰিব কোনো যাত্ৰী। উল্লেখ্য যে সদৌ অসম মটৰ পৰিবহণ সন্থাই অনির্দিষ্টকালীন চকাবন্ধ কার্যসূচী হাতত লৈছিল৷ আনহাতে মঙলবাৰে পৰিবহণ মন্ত্ৰী আৰু সদৌ অসম মটৰ পৰিবহণ সন্থাৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল যদিও ইয়াৰ
মটৰ পৰিবহন সন্থাৰ অনিৰ্দিষ্টকালীন চকা বন্ধ চলি থকাৰ মাজতে এইবাৰ অসম বন্ধৰ আহ্বান। এই অসম বন্ধৰ আহ্বান জনাইছে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে। শনিবাৰে পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈকে মুঠ ১২ ঘন্টীয়া বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে। সংগঠনটোৰ মতে এই বন্ধৰ আহ্বানলৈ সমৰ্থন আগবঢ়াইছে কলিতা জনগোষ্ঠীৰ কেওটা সংগঠনে। কলিতা
পুনৰ ন্যায়িক জিম্মাৰ ম্যাদ বঢ়ালে ৰিয়া চক্ৰৱৰ্তী আৰু ভাতৃ সৌভিক চক্ৰৱৰ্তীৰ। সেই অনুযায়ী ২০ অক্টোবৰলৈ জে’লত থাকিব লাগিব দুয়োগৰাকী। আজি নিৰ্ধাৰিত ন্যায়িক জিম্মাৰ ম্যাদ শেষ হৈছিল যদিও মুম্বাই ছেছন আদালতে পুনৰ দুয়োগৰাকীৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৪দিনলৈ বঢ়াই দিয়ে। উল্লেখ্য নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰোৱে যোৱা ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিছিল অভিনেতা সুশান্তৰ প্ৰেমিকা
মটৰ পৰিবহন সন্থাৰ অনিৰ্দিষ্টকালীন চকাবন্ধ। বিপদ পৰিছে সাধাৰণ যাত্ৰীসকল। বাছ-ট্ৰেকাৰ বন্ধ হোৱাৰ ফলত বাছ ষ্টেণ্ডত ভিৰ যাত্ৰীসকল। কিন্তু কিয় পৰিবহন সন্থাই ল’লে এই সিদ্ধান্ত। এক সাক্ষাতকাৰত মটৰ পৰিবহন সন্থাৰ সভাপতি ৰাতুল শৰ্মাই কয় যে ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবে লক ডাউন আৰু যাতায়াত বন্ধৰ বাবে তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে মটৰ পৰিবহন সন্থা।