Category: Assamese News

৩০ অক্টোবৰত বিয়াত বহিব মোহময়ী অভিনেত্ৰী কাজল

৩০ অক্টোবৰত বিয়াত বহিব মোহময়ী অভিনেত্ৰী কাজল

বিয়াত বহিব অভিনেত্রী কাজল আগৰৱাল। নতুন জীৱন আৰম্ভ কৰাৰ পূৰ্বে আজি ছ’চিয়েল মিডিয়াযোগে অভিনেত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে। সিঙ্ঘমখ্যাত অভিনেত্রীগৰাকীয়ে অহা ৩০ অক্টোবৰত বিয়াত বহিব। ৩০ অক্টোবৰত গৌতম কিচলুৰ সৈতে জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিব দক্ষিণৰ জনপ্রিয় অভিনেত্রীগৰাকীয়ে। জানিব পৰা মতে মুম্বাইত অনুষ্ঠিত হ’ব অভিনেত্ৰীগৰাকীৰ বিয়াৰ সকলো আয়োজন। অৱশ্যে ক’ৰোনাৰ

খলনায়ক পি কেৰ পলায়ন পৰিক্ৰমা, আনি থকা হৈছে গুৱাহাটীলৈ

খলনায়ক পি কেৰ পলায়ন পৰিক্ৰমা, আনি থকা হৈছে গুৱাহাটীলৈ

এসময়ত অপৰাধীক খেদি ফুৰা এছ আই কেলেংকাৰিৰ মূল খলনায়ক পি কে দত্তক আজি অসমলৈ আনি থকা হৈছে অপৰাধী ৰূপে। এয়া ভাগ্যৰ বিড়ম্বনা নে কৰ্মৰ ফল সেয়া প্ৰাক্তন ডি আই জি দত্তইহে ভালকৈ জানিব। প্ৰিয় নীলা জীনছ আৰু মাখন ৰঙৰ ছাৰ্ট পৰিহিত অৱস্থাত নেপালৰ কাকৰভিটাত গ্ৰেপ্তাৰ কৰা দত্তই নেপালৰ কাঠমাণ্ডুত আত্মগোপন

অৰুণাচলত গাৰ কাপোৰ আঁজুৰি নিৰ্যাতন মহিলাক, আটক ১৫

অৰুণাচলত গাৰ কাপোৰ আঁজুৰি নিৰ্যাতন মহিলাক, আটক ১৫

মহিলা নিৰ্যাতনৰ প্ৰকোপ প্ৰতিদিনে বাঢ়ি গৈ আছে দেশত। হাথৰাছ কাণ্ড, তামিলনাডুত অসমীয়া যুৱতীক ধৰ্ষণ আদি নাৰী নিৰ্যাতনৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰি থকা সময়তে চুবুৰীয়া ৰাজ্য অৰুণাচলতো সংঘটিত হ’ল এক লজ্জাজনক ঘটনা। অৰুণাচলৰ চাংলাৰ জিলাৰ দেউৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। গাঁওখনত নিশা আন্ধাৰত এগৰাকী মহিলাক শাস্তি বিহাৰ নামত গাৰ কাপোৰ

১৫ অক্টোবৰৰ পৰা পৰ্যায়ক্ৰমে খুলিব বিদ্যালয়:কেন্দ্ৰৰ বিশেষ গাইড লাইন

১৫ অক্টোবৰৰ পৰা পৰ্যায়ক্ৰমে খুলিব বিদ্যালয়:কেন্দ্ৰৰ বিশেষ গাইড লাইন

গুৱাহাটী:১৫ অক্টোবৰৰ পৰা পৰ্যায়ক্ৰমে খুলিব বিদ্যালয়।ইতিমধ্যে সেই সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা।নতুন গাইড লাইন অনুসৰি ১৫ অক্টোবৰৰ পৰা স্কুল-কলেজসহ বিভিন্ন শিক্ষা প্রতিষ্ঠান খুলিব।এইক্ষেত্ৰত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ দি মানি চলিব লগা নীতি নিয়ম সমূহৰ বিষয়ে অৱগত কৰিছে দেশৰ শিক্ষাৰ মন্ত্ৰী ড০ ৰমেশ পোখৰিয়ালে।স্কুল খোলাৰ ক্ষেত্ৰত সকলো চূড়ান্ত সিদ্ধান্ত ৰাজ্যৰ হাতত দিয়া

অখিল গগৈক সাক্ষাৎ কৰিলে গৌৰৱ গগৈয়ে

অখিল গগৈক সাক্ষাৎ কৰিলে গৌৰৱ গগৈয়ে

জি এম চি এইচত অখিল গগৈক সাক্ষাৎ কৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে।প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আহ্বান মৰ্মে কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ বুজ লয় সংসদ গৌৰৱ গগৈয়ে। অখিল গগৈক সাক্ষাৎ কৰি গৌৰৱ গগৈয়ে কয় যে,”মোৰ পিতৃৰ পৰামৰ্শ মতেই অখিলক সাক্ষাৎ কৰিলো।ৰাজনৈতিক মতানৈক্য থাকিলেও তেওঁৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল। অখিল গগৈৰ