জি এম চি এইচত অখিল গগৈক সাক্ষাৎ কৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে।প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আহ্বান মৰ্মে কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ বুজ লয় সংসদ গৌৰৱ গগৈয়ে। অখিল গগৈক সাক্ষাৎ কৰি গৌৰৱ গগৈয়ে কয় যে,”মোৰ পিতৃৰ পৰামৰ্শ মতেই অখিলক সাক্ষাৎ কৰিলো।ৰাজনৈতিক মতানৈক্য থাকিলেও তেওঁৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল। অখিল গগৈৰ
Category: Assamese News
গুৱাহাটী: কনটেইনমেণ্ট অঞ্চলত কোনোধৰণৰ উৎসৱ অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া নহয় । তদুপৰি ৬৫ বছৰৰ উৰ্ধৰ ব্যক্তি, অসুস্থ ব্যক্তি, গৰ্ভৱতী মহিলা আৰু ১০বছৰৰ তলত শিশু সকলক আগন্তুক উৎসৱৰ বতৰত ঘৰত থকাৰ পৰামৰ্শ আগবঢ়াইছে দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে । ভাৰতবৰ্ষত আগন্তুক অক্টোবৰ, নবেম্বৰ আৰু ডিচেম্বৰ মাহত নানা উৎসৱ পালন কৰা হয় ৷
দেশৰ ১৯ খন মেট্ৰ’ চহৰৰ ভিতৰত মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত কলকাতা চহৰ।নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ তথ্যত প্ৰকাশ পোৱা প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে। প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি কলকাতা মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত চহৰ।কলকাতাত মহিলাৰ বিৰুদ্ধে চলোৱা যৌন আতিশয্যৰ গোচৰ আটাইতকৈ কম পঞ্জীয়ন হৈছে। ২০১৯ বৰ্ষত কলকাতা চহৰত কোনোধৰণৰ ধৰ্ষণৰ ঘটনাও
এইবাৰ কোৰোণাত আক্ৰান্ত হ’ল জনপ্ৰিয় অভিনেত্ৰী তমন্না ভাটিয়া। পিছত স্বাস্থ্যৰ ব্যাপক অৱনতি ঘটাত, অভিনেত্ৰীগৰাকীক চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছে। কেইদিনমান পূৰ্বে অভিনেত্ৰীগৰাকীৰ পিতৃ-মাতৃ আক্ৰান্ত হৈছিল কোৰোণাত। উল্লেখযোগ্য যে,সম্প্ৰতি এখন ৱেব চিৰিজৰ শ্বুটিঙৰ বাবে হায়দৰাবাদত আছিল অভিনেত্ৰীগৰাকী। কিন্তু শ্বুটিংস্থলীত কোৰোণা পৰীক্ষা কৰোৱাৰ সময়ত অভিনেত্ৰীগৰাকীৰ কোৰোণাৰ ৰিপৰ্ট নিগেটিভ আহিছিল। কিন্তু পিছত শ্বুটিং স্থলীতে অসুস্থ
সদৌ অসম ছাত্ৰ সন্থা। যাৰ অসমত এক সুকীয়া পৰিচয় আৰু নিজৰ এখন সংবিধান আছে। নিষ্ঠাৱান কৰ্মীও বহুত আছে। কিন্তু বৰ্তমান সময়ত আছুৰ একাংশৰ সদস্যই নামানে নিজৰেই সংবিধান। নামানো কোনো ধৰণৰ নীতি আদৰ্শ। শেহতীয়াকৈ আছুৰ কেইজনমান সদস্যই কৰ্ট মেৰিজ কৰাৰ তথ্য আমাৰ হাতত আহি পৰিছে। আমাৰ হাতত আহি পৰা তথ্য