মৰিয়নীৰ ডকলঙীয়া চাহ বাগিছাত শ্ৰমিকক প্ৰাপ্য সা সুবিধা প্ৰদানৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ প্ৰতিবাদ। আছাৰ কলীয়াপানী প্ৰাথমিক গোটৰ উদ্যোগত চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, শ্ৰমিকক প্ৰাপ্য সা সুবিধা প্ৰদান কৰাৰ দাবীত আজি ডকলঙীয়া চাহ বাগিছাৰ কলঘৰ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। প্ৰতিবাদী কাৰ্যসূচীত
Category: Assamese News
জেইলতেই থাকিব লাগিব ৰিয়া চক্ৰৱৰ্তী।সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত ড্ৰাগছৰ গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা ৬ অভিযুক্ত ৰিয়া, শ্ববিক, ছেমুৱেল মিৰাণ্ডা, দীপেশ সাবন্ত, জেদ বিলাত্ৰা আৰু ৱাছিত পৰিহাৰৰ আজি ন্যায়িক জিম্মা সমাপ্ত হৈছিল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আজি ৰিয়া আৰু শ্ববিকসহ ৬জন অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয়।ৰিয়া চক্ৰৱৰ্তীয়ে
অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ ক্ৰমে ৰাজ্যখনৰ চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবী জনাই আজি সোণাৰিত সংঘৰ সোণাৰি শাখাৰ উদ্যোগত এক এঘন্টিয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়। আজি দিনৰ প্ৰায় ১২ বজাত সোণাৰি শাখা সংঘৰ অধীনস্থ বিভিন্ন চাহ বাগিচাৰ পৰা অহা চাহ শ্ৰমিক সকলে সংঘৰ কাৰ্য্যালয়ৰ প্ৰাংগণত
মৰিগাঁও জিলাৰ নেলী আৰু নগাঁও জিলাৰ আমচৈ চাহ বাগিচাৰ আদিবাসী যুৱক তথা সমাজ সংগঠক লক্ষীকান্ত গোৱালা আৰু আৰিয়ান চনা তাঁতীৰ আহ্বান ক্রমে অসমৰ আদিবাসীসকলৰ সৰ্বাত্মক কল্যাণৰ উদ্দেশ্যে ১৬ ছেপ্টেম্বৰত আমচৈ চাহ বাগিচাৰ দক্ষতা বিকাশ কেন্দ্ৰৰ সভা কক্ষত অসমৰ বিভিন্ন জিলাৰ জিলা প্ৰতিনিধিসকলৰ উপস্থিতিত বিশিষ্ট আদিবাসী সমাজ সেৱক ভাগ্যধৰ তাঁতীৰ সভাপতিত্বত
অহা ২৪ ছেপ্টেম্বৰৰ পৰা ভক্ত-দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ’ব কামাখ্যা মন্দিৰৰ দ্বাৰ। অসমৰ প্ৰাচীন শক্তিপীঠখন ক’ৰোনাৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল। ২৪ তাৰিখৰ পৰা মন্দিৰৰ দ্বাৰ মুকলি কৰিলেও চৰকাৰে বান্ধি দিছে কেতবোৰ নীতি-নিৰ্দেশনা। এই নীতি অনুসৰি এদিনত ৫০০তকৈ অধিক লোকে প্ৰৱেশ কৰিব নোৱাৰিব মন্দিৰ চৌহদত। দৰ্শনাৰ্থীৰ বাবে মন্দিৰ