ছাগলীয়াত আইপিএলৰ তিনি জুৱাৰীক গ্রেপ্তাৰ

1 min read

ধুবুৰী জিলাৰ পশ্চিমবংগ সীমান্তৰ ছাগলীয়া আৰক্ষীয়ে যোৱানিশা অভিযান চলাই আই পি এলৰ তিনি জুৱাৰীক গ্রেপ্তাৰ কৰে৷

ধৃত জুৱাৰীজনৰ ঘৰ ছাগলীয়া দ্বিতীয় খণ্ড গাঁৱত৷

ছাগলীয়াত আই পি এলৰ অবৈধ জুৱা চলি থকাৰ তথ্য লাভ কৰি যোৱানিশা অভিযান চলাই নুৰ আলম, মমিনুৰ হক আৰু মতীবুৰ ৰহমান নামৰ তিনি জুৱাৰীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷

Niyomiya Barta

You May Also Like

More From Author