Category: Assamese News

দৰং যুৱ কংগ্ৰেছৰ ‘ৰোজগাৰ দ’ শীৰ্ষক সংবাদমেল

দৰং যুৱ কংগ্ৰেছৰ ‘ৰোজগাৰ দ’ শীৰ্ষক সংবাদমেল

২০১৪ চনত বিজেপি দলে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পূৰ্বে দৰিদ্ৰতা দূৰিকৰণ কৰাৰ উদ্যেশ্যে দিয়া প্ৰতিশ্ৰুতি চৰকাৰ গঠন কৰাৰ পিছত দ্বিতীয়টো কাৰ্যকালটো ৰক্ষা নকৰিলে ৷ এই অভিযোগ উত্থাপন কৰিছে দৰং জিলা যুৱ কংগ্ৰেছ কমিটীয়ে। এবছৰত ২ কোটি নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ আনহাতে, সৰ্বানন্দ সোনোৱাল

অসম নৱ -নিৰ্মাণ মঞ্চৰ  দৰং জিলা সমিতি গঠন

অসম নৱ -নিৰ্মাণ মঞ্চৰ দৰং জিলা সমিতি গঠন

পশ্চিম দৰঙৰ দিপীলাস্থ জ্ঞানদীপ একাডেমি সভাগৃহত অসম নৱ নিৰ্মাণ মঞ্চৰ কেন্দ্ৰীয় নেতৃবৰ্অগৰ উপস্থিতিত অনুস্হিত হোৱা সাংগঠনিক সভাৰ জৰিয়তে গঠন কৰা হ”ল অসম নৱ -নিৰ্মাণ মঞ্চৰ দৰং জিলা সমিতি খন । সভাত দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিৰ লগতে কেন্দ্ৰীয় সমিতিৰ সভাপতি অপূৰ্ব কুমাৰ কলিতা, উপ সভাপতি ভাস্কৰ চহৰীয়া, সাধাৰণ সম্পাদক কৃষ্ণ

চানমাৰিৰ ‘আশীৰ্বাদ এপাৰ্টমেণ্ট’ত গুলী চালনা

চানমাৰিৰ ‘আশীৰ্বাদ এপাৰ্টমেণ্ট’ত গুলী চালনা

গুৱাহাটী :মহানগৰৰ চানমাৰিৰ ‘আশীৰ্বাদ এপাৰ্টমেণ্ট’ত গুলী চালনা।বাৰ্থ ডে’ পাৰ্টীত গুলী চলাইছিল এজন অধিবক্তাই। দামোদৰ ডেকা নামৰ এজন লোকৰ ফ্লেটত সংঘটিত হৈছিল এই কাণ্ড। জানিব পৰা মতে,দামোদৰ ডেকাৰ জন্মদিনৰ পাৰ্টী আছিল। মিণ্টু হাজৰিকা নামৰ এজনৰ গাত লাগিছে গুলী।উল্লেখযোগ্য যে,মিণ্টু হাজৰিকা বৰ্তমান জিএনআৰচিত চিকিৎসাধীন। (দৈনিক জনমভূমি)

RTI তথ্যত পোহৰলৈ আহিল প্রধানমন্ত্রী মোদীৰ পিতৃৰ চাহৰ দোকানৰ কোনো ৰেকর্ড নাই পশ্চিম ৰে’লৱেৰ হাতত…

RTI তথ্যত পোহৰলৈ আহিল প্রধানমন্ত্রী মোদীৰ পিতৃৰ চাহৰ দোকানৰ কোনো ৰেকর্ড নাই পশ্চিম ৰে’লৱেৰ হাতত…

গুৱাহাটী: ৰাষ্ট্ৰীয় সংবাদ সংস্থা ‘দ্যা ৱায়েৰ’ত প্ৰকাশিত খবৰ অনুসৰি, কেন্দ্রীয় তথ্য কমিছনে তথ্য জনাৰ অধিকাৰ (আৰটিআই) আবেদনৰ মাধ্যমেৰে দাবী কৰা প্রধানমন্ত্রী মোদীৰ পিতৃৰ চাহৰ দোকানৰ সম্পৰ্কে আবেদনৰ আপিল নিষ্পত্তি কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিতৃ এগৰাকী চাহ বিক্ৰেতা হয় নে নহয় ইয়াৰ সত্যটা বিছাৰি ২ বছৰ পূৰ্বে তথ্য জনাৰ অধিকাৰ

শিৱসেনাৰ অসম ৰাজ্যিক সমিতি গঠন

শিৱসেনাৰ অসম ৰাজ্যিক সমিতি গঠন

গুৱাহাটী: সমাগত বিধানসভা নিৰ্বাচনৰ বাবে অসমত তৎপৰতা চলাইছে শিৱসেনাই । মহাৰাষ্ট্ৰত সফলতাৰে চৰকাৰ-প্ৰশাসন চলাই থকা দলটোৱে ইতিমধ্যে অসমতো আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ । ৰাজ্যখনত দলীয় ভেঁটি সুদৃঢ় কৰাৰ উদ্দেশ্যে অলপতে শিৱসেনাৰ অসম ৰাজ্যিক সমিতিখন গঠন কৰা হয়। অশ্বিনী কুমাৰ দাসক ৰাজ্যিক সভাপতি, কল্পনাথ হালৈক সহকাৰী সাধাৰণ সম্পাদক, দেৱজিত ডেকাক সাংগঠনিক