নহৰু আমাৰ পাকঘৰৰ এক গুৰুত্বপূৰ্ণ অংশ, বহু খাদ্য নহৰু অবিহনে সোৱাদ ভাল নহয়। নহৰু ব্যৱহাৰ কৰিবলৈ আমি নহৰু বাকলি পেলাই দিওঁ। কিন্তু যদি আপুনি এই বাকলিবোৰৰ উপকাৰিতাৰ বিষয়ে জানে তেন্তে হয়তো আপুনি কেতিয়াও পোলাই নিদিব নহৰু বাকলি। ই আপোনাৰ শৰীৰৰ বাবে বহু দিশত উপকাৰী হ’ব পাৰে, যাৰ বিষয়ে আপুনি জানিব
Category: Assamese News
আজি আপোনালোকক কম বলিউদৰ জনপ্ৰিয় অবিনেত্ৰী দীপিকা পাডুকনৰ কথা। পেছাদাৰী প্ৰয়োজন আৰু চলচ্চিত্ৰ চৰিত্ৰৰ বাবে যিমান দামী সাজ-পোছাক পৰিধান কৰিলেও কিন্তু ব্যক্তিগত জীৱনত দীপিকাৰ সাজ-পোছাক ইমান গ্লেমাৰাছ নহয়। প্ৰশ্ন হয় যে দীপিকাই ছালৰ যত্নৰ কিদৰে লয়। কেতিয়াও দীপিকাৰ মুখৰ সৌন্দৰ্য্যৰ ৰহস্য প্ৰকাশ হোৱা নাই। কিন্তু দীপিকা ছালৰ সৌন্দয্যৰ গোপন কথা
কলেষ্টেৰল বৃদ্ধি স্বাস্থ্যৰ বাবে বিপদজনক, কিন্তু যদি আপুনি তেলীয়া খাদ্য অবিহনে জীয়াই থাকিব নোৱাৰে তেন্তে আপুনি কিছুমান স্বাস্থ্যকৰ বিকল্প বাছি ল’ব পাৰে, যিয়ে আপোনাৰ স্বাস্থ্যক উপকৃত কৰিব পাৰে । ভাৰতত তেলীয়া খাদ্য খোৱাৰ ধাৰা অতি উচ্চ, যাৰ বাবে সিৰাত বেয়া কলেষ্টেৰলৰ পৰিমাণ বাঢ়ি যায়, প্ৰথমে ৰক্তচাপ বৃদ্ধি পায় আৰু তাৰ
মহে সকলোকে জ্বলা-কলা কৰে৷ গাঁৱেই হওক বা চহৰেই হওক সন্ধিয়া হোৱাৰ লগে লগে মহৰ উৎপাত বাঢ়িবলৈ ধৰে৷ মহৰ কামোৰ অতি অস্বস্তিদায়ক৷ তদুপৰি মহে মেলেৰিয়া, ডেংগু আদিকে ধৰি বিভিন্ন ৰোগ বিয়পাই ফুৰে৷ সেয়ে মহৰ উৎপাতৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বিভিন্ন ৰাসায়নিক স্প্ৰে’ কৰাৰ উপৰি মহ খেদা ধূপ ব্যৱহাৰ কৰো৷ কিন্তু মহ
পেটত অতিৰিক্ত চৰ্বি জমা হ’লে লিভাৰৰ বাবে বিপদ কঢ়িয়াই আনিব পাৰে৷ বয়সৰ কোনো ব্যৱধান নথকাকৈ বিভিন্ন সময়ত মানুহৰ পেটত চৰ্বি জমা হয় আৰু এই মেদবহুলতাই লিভাৰত প্ৰভাৱ পেলাব পাৰে৷ যাৰ বাবে লিভাৰে সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ পৰে৷ মানুহৰ সাধাৰণ ধাৰণা যে সুৰাপান কৰাৰ ফলতে লিভাৰৰ অসুখ বা ক্ষতি হয়৷