Category: Assamese News

ওজন হ্ৰাস কৰিবলৈ এই তিনিবিধ খাদ্য পৰিহাৰ কৰক…

ওজন হ্ৰাস কৰিবলৈ এই তিনিবিধ খাদ্য পৰিহাৰ কৰক…

মেদবহুলতাৰ বাবে ওজন সাধাৰণতে বৃদ্ধি পায়৷ কেতিয়াবা অন্যান্য কাৰণতো শৰীৰৰ ওজন মাত্ৰাধিক বৃদ্ধি পায়৷ এইদৰে ওজন বৃদ্ধি পোৱাৰ ফলত শৰীৰ নানা ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত খাদ্য গ্ৰহণ প্ৰক্ৰিয়া জড়িত হৈ আছে৷ কিছুমান খাদ্যই শৰীৰৰ ওজন বৃদ্ধিত সহায় কৰে৷ সেয়েহে কেইবিধমান খাদ্য গ্ৰহণ কৰোঁতে সতৰ্ক হ’ব লাগে৷

বহুমূত্ৰৰ বাবে কেৰেলাৰ ৰস ভাল কিন্তু সাৱধান হওক..

বহুমূত্ৰৰ বাবে কেৰেলাৰ ৰস ভাল কিন্তু সাৱধান হওক..

ছুগাৰ নিয়ন্ত্ৰণত ৰখাৰ বাবে বহুতে কেৰেলাৰ ৰস খালী পেটতে সেৱন কৰে৷ কিন্তু বিশেষজ্ঞসকলৰ মতে এনে ৰস মাত্ৰাধিক পৰিমাণে খালে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ লিভাৰৰ ক্ষতি হোৱাৰ আশংকাঃ ডায়বেটিছ ৰোগীয়ে ছুগাৰ নিয়ন্ত্ৰণ ৰখাৰ বাবে কেৰেলাৰ ৰস খোৱাৰ অভ্যাস কৰে৷ কিন্তু এই অভ্যাসে লিভাৰৰ ওপৰত বেয়া প্ৰভাব পেলাব পাৰে৷ কেৰেলাৰ

তেজপাতেৰে চুলিৰ যতন লওক

তেজপাতেৰে চুলিৰ যতন লওক

যিকোনো বয়সৰ লোকৰ চুলি সৰা বা চুলি পকাৰ দৰে সমস্যা সৃষ্টি হ’ব পাৰে৷ কেতিয়াবা চুলি একেবাৰে সৰি যোৱাৰ ফলত বজাৰত উপলব্ধ নানাধৰণৰ ঔষধ প্ৰয়োগ কৰা হয়৷ এনে ঔষধ প্ৰয়োগৰ ফলত কেতিয়াবা অন্য ধৰণৰ শাৰীৰিক সমস্যাৰো সৃষ্টি হয়৷ এই সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰুৱাভাৱেও ব্যৱস্থা গ্ৰহণ কৰিব পাৰি৷ সাধাৰণতে ভিটামিনৰ অভাৱ,

মোবাইল ফোনটোৰ বেটাৰীৰ আয়ুস এইদৰে বঢ়াওক

মোবাইল ফোনটোৰ বেটাৰীৰ আয়ুস এইদৰে বঢ়াওক

মোবাইল ফোন বা স্মাৰ্টফোনটো এতিয়া সকলোৰে দৈনন্দিন জীৱনৰ অন্যতম সংগী হৈ পৰিছে৷ ফোনটো নহ’লে যেন কোনো কথাই চিন্তা কৰিব পৰা নাযায়৷ পিছে স্মাৰ্টফোনটো দৈনিক ব্যৱহাৰ কৰোঁতে কৰোঁতে এটা সময়ত ইয়াৰ স্পীড বা গতি কমি আহিবলৈ ধৰে৷ ফলত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰেই হওক বা আন যিকোনো কামেই হওক, সেয়া কৰাত সমস্যা হৈ

শৃংখলাবদ্ধ জীৱন-যাত্ৰাই লিভাৰ ভালে ৰাখে

শৃংখলাবদ্ধ জীৱন-যাত্ৰাই লিভাৰ ভালে ৰাখে

লিভাৰ হ’ল শৰীৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগ৷ শৰীৰ সুস্থ কৰি ৰাখিবলৈ হ’লে লিভাৰৰ ওপৰত খেয়াল ৰখাটো অতি প্ৰয়োজন৷ সচৰাচৰ দেখা যায় যে লিভাৰজনিত ৰোগৰ আশংকা দিনকদিনে বাঢ়িছে৷ মদ্যপান, উচ্চৃংখল জীৱনযাত্ৰা, ঘৰৰ বাহিৰত হোটেল-ৰেষ্টেুৰেণ্টত খাদ্য খোৱাৰ প্ৰৱণতা তথা শৰীৰ চৰ্চাৰ অভাৱত মানুহে লিভাজনিত ৰোগত সহজে আক্ৰান্ত হয়৷ কম বয়সতে ফেটি লিভাৰৰ সমস্যাও