জামুগুৰিহাট: চন্দন শৰ্মাৰ: শোণিতপুৰ জিলা প্ৰশাসন আৰু ৰাজ্যচৰকাৰৰ সংশ্লিষ্ট বিভাগ সমুহৰ মাজত সমন্বয় নোহোৱাৰ বাবে তেজপুৰত কোৱাৰেন্টাইন কেন্দ্ৰ সমুহত এটাৰ পিছত আনটো অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত উপস্থিত হৈ এই মন্তব্য কৰিলে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুস হাজৰিকাই ৷ আজি তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত হৈয়েই খং উঠিল
Category: Assamese News
জামুগুৰিহাট: চন্দন শৰ্মা: আজি সন্ধিয়া প্ৰায় সাত বজাত জিমণ কাংগাৰি আৰু উত্তম ৰাভা নামৰ লোক দুজন চাইকেলেৰে সুদুৰ হাইড্ৰবাদৰ পৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱাত উপস্থিত হয় । অতি শিঘ্ৰেই সেই দুয়োজন ব্যক্তিক চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত চক্ৰ বিষয়াৰ জৰিয়তে ১০৮ এম্বুলেন্স যোগে টি এম চি লৈ প্ৰেৰণ কৰা
চেলেংহাট: দিহিং পাটকাই বৰ্ষাৰণ্যৰ সুৰক্ষাৰ দাবীত আৰু মুক্ত কয়লা খননৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাই মৰিয়নিত মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰে।মৰিয়নিৰ হোলাঙাপাৰ গিৱন অভয়াৰণ্যত তিতাবৰ মহকুমা সমিতিৰ উদ্যোগত তথা মৰিয়নি আৰু নকছাৰী আঞ্চলিক সমিতিৰ সহযোগত গ্ৰহণ কৰা হয় মানৱ শৃংখলৰ কাৰ্যসূচী। মানৱ শৃংখলত আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক জুল খাউণ্ড
ডিব্ৰুগড় ৰেল ষ্টেচনত আজি পুৱা যাত্ৰীসহ বিশেষ ৰেলখন উপস্থিত হয়। সম্প্ৰতি ৰেল ষ্টেচনত সম্পূৰ্ণ নিয়মাৱলী পালনৰ মাজেদি যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা অব্যাহত আছে৷ ৰেল ষ্টেচনত উপস্থিত থকা ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিষয়ববীয়া,আৰক্ষী, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা তদাৰক কৰি থকাৰ লগতে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী প্ৰশান্ত ফুকনেও আজি
গুৱাহাটী: দীৰ্ঘদিনৰ পৰা কেন্সাৰৰ সৈতে যুঁজি আছিল অভিনেতাজনে। কমেডি চৰিত্ৰৰে দৰ্শক মাজত সুকীয়া আসন দখল কৰিছিল বাঘেলে। চলমান খানৰ লগতে বলিউদৰ বহু অভিনেতা-অভিনেত্ৰীৰ সৈতে কাম কৰিছিল বাঘেলে। ৰেডী, জবৰিয়া জ’ৰি ছবিত তেওঁৰ কমেডি চৰিত্ৰত অভিনয়ত সকলোৱে শলাগ লৈছিল।